• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুকত বিতৰ্কিত পোষ্ট কৰাৰ অপৰাধত কাৰাগাৰলৈ নিক্ষেপ গুঃ বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা দ্বীপজ্যোতিক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 21, 2020 6:10 pm
index.jpgলল
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যনৰত RCC-4 ছাত্ৰাবাসৰ দ্বীপজ্যোতি গগৈক কালি ক্ৰাইম ব্রাঞ্চ-এ শিৱসাগৰ থাওৰাৰ পৰা গ্ৰেপ্তাৰ কৰি পোনে পোনে আনে গুৱাহাটীলৈ।

আজি দ্বীপজ্যোতি গগৈক গুৱাহাটী কেন্দ্ৰীয় কাৰাগৰলৈ নিক্ষেপ কৰিলে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে।

Apply Now

দ্বীপজ্যোতিক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

দ্বীপজ্যোতিৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাই ভাৰতীয় দণ্ডবিধি আইন (IPC) ৰ ৪২০/৪১৯/৩৪ আৰু IT Act ৰ ৬৬(c) ধাৰাৰ অধীনত ১১/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰিছে।

দ্বীপজ্যোতিৰ অপৰাধ “সৰ্বানন্দ সোণোৱালৰ এখন পুৰণি ফটো দি বানপানীৰ বাবে সাহাৰ্য বিচাৰি দিয়া এটা ফেচবুক পোষ্ট।”

যিখন ফটো ২০১৯ চনৰ ১৫ জুলাইৰ নৰ্থ ইষ্ট নাওত বাতৰিৰ সৈতে প্ৰকাশ পাইছিল।

উক্ত বাতৰিটোৰ আছিল : বন্যাক্ৰান্তক দিবলৈ অসম চৰকাৰে ৰাইজৰ পৰা সাহায্য বিচৰাত ব্যাপক প্ৰতিক্ৰিয়া

যোৱা বৰ্ষৰ এই বাটৰিটোৰ ফটো স্ক্ৰীন শ্বট মাৰি এইবাৰৰ বুলি ফেচবুকত প্ৰচাৰ কৰিছিল একাংশই।

সেইবাবেই ক্ৰাইম ব্ৰাঞ্চে দ্বীপজ্যোতিক গ্ৰেপ্তাৰ কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ দ্বীপজ্যোতি গগৈয়ে ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিছিল।

‘কা’ বিৰোধী আন্দোলন তথা বিভিন্ন সময়ত চৰকাৰক সমালোচনা কৰাৰ বাবেই দ্বীপজ্যোতি গগৈ নামৰ এক প্ৰতিবাদী সত্তাক প্ৰশাসনে গ্ৰেপ্তাৰ কৰি কণ্ঠৰোধ কৰাৰ চেষ্টা চলাইছে বুলি গুৰুতৰ অভিযোগ তোলে স্থানীয় ৰাইজে।

ইপিনে, দ্বীপজ্যোতিক গ্ৰেপ্তাৰৰ পাছতে ছচিয়েল মেডিয়াত উঠিছে প্ৰতিবাদৰ জোৱাৰ। সকলোৱে একেমুখে দ্বীপজ্যোতিক মুকলি কৰি দিবলৈ আহ্বান জনোৱাৰ লগতে বিজেপি শাসনাধীন ৰাজ্য চৰকাৰে প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে “ঠিক আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ফেচবুকত ভুৱা পোষ্ট দিয়াৰ বাবে এই ক’ৰ’ণাৰ সময়তো এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰি কাৰাগৰলৈ পঠাইছা, কিন্তু নিতৌ ভুৱা ফেচবুক পোষ্ট দি সাম্প্ৰদায়িক হিংসা বিয়পাই থকা আপোনালোকৰ BJP IT Cell ৰ সদস্যকেইটাক কিয় গ্ৰেপ্তাৰ নকৰে? আইন সকলোৰে বাবে বেলেগ কিয়? ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি থকা আপোনালোকৰ প্ৰধানমন্ত্ৰী আৰু আপোনালোকৰ নেতাসকলৰ বিৰুদ্ধে একো ব্যৱস্থা নহয় কিয়? এই প্ৰশ্নবোৰৰ উত্তৰ এদিন দিব লাগিব ।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm
২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

October 25, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd