• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছমাহতে টিকটকৰ স্থান দখল কৰিম: দেশীয় এপ চিংগাৰীৰ সহঃপ্ৰতিষ্ঠাপকৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 6:46 pm
chingari
186
VIEWS
Share on FacebookShare on Twitter

টিকটক এপ বন্ধ হোৱাৰ পিছত টিকটকৰ ঠাই পূৰাবলৈ অহা চিংগাৰীক লৈ এতিয়া আশাবাদী এপটোৰ গুৰি ধৰোতা সকল।

বাংগালুৰুৰ ছফটৱেৰ ডেভেলপমেন্ট কোম্পানী গ্ল’বুছফটে সাজি উলিওৱা চিংগাৰী এপটোৱে এতিয়া ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এই কথাতে আনন্দিত হৈ পৰিছে এপটোৰ সহঃ প্ৰতিষ্ঠাপক সুমিত ঘোষ।

চিংগাৰী এপৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি ঘোষে কয় যে বিগত মাহত চিংগাৰী এপ ডাউনলোড কৰিছিল প্ৰায় ৫ লাখ লোকে।

এতিয়া ডাউনলোডকাৰীৰ সংখ্যা বাঢ়ি ১.১ কোটি হোৱা বুলি তেওঁ প্ৰকাশ কৰে।

ডাউনলোডকাৰীৰ বৰ্দ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি চিংগাৰীত ছমাহৰ ভিতৰত কমেও ১০০ দক্ষ ব্যক্তিক নিযুক্তি দিয়া হ’ব বুলিও তেওঁ কয়।

ভাৰত-চীন সীমান্তত হোৱা উত্তেজনাৰ  পিছতেই ভাৰতে জনপ্ৰিয় টিকটকসহ মুঠ ৫৯টা চাইনীজ এপ নিষিদ্ধ ঘোষণা কৰিছিল। ভাৰত চৰকাৰৰ এই সিদ্ধান্ত ডিজিটেল ষ্ট্ৰাইক বুলি অভিহিত কৰা হৈছে।

চাইনীজ এপ নিষিদ্ধ হোৱাৰ পিছৰে পৰা ভাৰতত নিৰ্মিত এপৰ ডাউনলোড যথেষ্ট পৰিমানে বৃদ্ধি পাবলৈ ধৰিছে।

টিকটৰ পৰিৱৰ্তে চিংগাৰী আৰু ধকধক, কেমস্কেনাৰৰ বিপৰীতে স্কেন কৰো এপ আৰু চেয়াৰ ইটৰ সলনি চেয়াৰ চাটৰ দৰে এপ ডাউনলোড হৈ আছে।

উল্লেখ্য যে ভাৰতত জনপ্ৰিয় টিকটক বন্ধ হোৱাৰ পিছতে চাইনীজ কোম্পানিটোৰ প্ৰায় ৪৫ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। ভাৰতৰ চিংগাৰী এপ টিকটকৰ সমপৰ্যায়ৰ এপ।

Recent News

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd