• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সপ্তম দৰমহা আয়োগে সলনি কৰিছে কিছু সংখ্যক কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 7:01 pm
7th-pay-commission-1583417163
27.1k
VIEWS
Share on FacebookShare on Twitter

সপ্তম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কিছু কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি সলনি কৰিছে।

আয়োগে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আশুলিপিকাৰৰ যিসকলে নৈশকালীন কৰ্বত্য সম্পাদন কৰে তেওঁলোকৰ বেতন বৃদ্ধি কৰিছে।

শুকুৰবাৰে আশুপিলিকাৰ বিষয়াই কৰা ঘোষণা অনুসৰি টাইপিং গতিৰ ভিত্তিত নিযুক্তি লাভ কৰা যিসকল আশুলিপিকাৰসকলে প্ৰতি মিনিটত ৮০ টা শব্দৰ পৰা ১০০ টা শব্দলৈ গতি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে তেওঁলোকক এটা আগতীয়া ইক্ৰিমেন্ট দিয়াৰ ব্যৱস্থা কৰা হৈছে।

আৰু যিসকল আশুলিপিকাৰে প্ৰতি মিনিটত ১২০ টা শব্দলৈকে গতি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে তেওঁলোকক একাধিক ইনক্ৰিমেন্ট দিয়া হ’ব।

ইফালে প্ৰতি মিনিটত ৮০ টা শব্দৰ টাইপিঙেৰে যোগ্যতা লাভ কৰা আশুলিপিকাৰৰ যিসকলে  চিধাই ১২০ টা শব্দলৈ টাইপিঙৰ গতি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ দুটা ইনক্ৰিমেন্ট বৃদ্ধি কৰিছে।

আনহাতে নৈশ ভাগত কতব্য সম্পাদন কৰা এইসকল কৰ্মচাৰীৰ ভাত্তাও বৃদ্ধি কৰিছে সপ্তম দৰমহা আয়োগে।

২০১৭ বৰ্ষৰ ১ জুলাইৰ পৰা কৰ্মৰত কৰ্মচাৰীসকলে এই ভাত্তা লাভ কৰিব বুলি কোৱা হৈছে ঘোষণাটোত।

Recent News

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

কৰ্ণেল কুৰেশ্বীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা অধ্যাপকক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ

কৰ্ণেল কুৰেশ্বীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা অধ্যাপকক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd