• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ কোৰিয়াত প্ৰথম গৰাকী কোভিড-১৯ আক্ৰান্ত চিনাক্ত; জৰুৰী অৱস্থাৰ ঘোষণা কিম জং-য়ুনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2020 2:40 pm
image.jpg000-750x375

উত্তৰ কোৰিয়াৰ নেতা কিম জং উন।

14.5k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্ব কোভিড-১৯ৰ সৈতে যুদ্ধ কৰি থকা অৱস্থাত উত্তৰ কোৰিয়াত প্ৰথম গৰাকী ব্যক্তি কোভিড-১৯ আক্ৰান্ত হৈছে।

উত্তৰ কোৰিয়াত প্ৰথম গৰাকী ব্যক্তিৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছতে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং-য়ুনে সমগ্ৰ ৰাষ্ট্ৰত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে।

জানিব পৰা মতে, উত্তৰ কোৰিয়াত কোভিড আক্ৰান্ত হোৱা ব্যক্তি গৰাকী দক্ষিণ কোৰিয়াৰ পৰা অবৈধভাৱে সীমা অতিক্ৰম কৰি উত্তৰ কোৰিয়াত প্ৰৱেশ কৰিছিল।

তিনিবছৰ পূৰ্বে উক্ত ব্যক্তিগৰাকীক দক্ষিণ কোৰিয়াত দেখা গৈছিল বুলিও কিম জং-য়ুনে কয়।

”ভয়াবহ ভাইৰাছে আমাৰ দেশত প্ৰৱেশ কৰিছে দেশত বেয়া পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে সেয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে,” কিম জং-য়ুনে লগতে কয়।

উল্লেখযোগ্য যে, বহিঃ বিশ্বৰ সৈতে প্ৰায় সম্পৰ্ক নৰখাৰ বাবেই উত্তৰ কোৰিয়াত কোভিড-১৯ সংক্ৰমণৰ ঘটনা যথেষ্ট কম হৈ আছে।

পূৰ্বে চীন চৰকাৰেও চীনা নাগৰিক সকলক উত্তৰ কোৰিয়াৰ আৰক্ষীয়ে গুলিয়াব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি উত্তৰ কোৰিয়াৰ সীমালৈ নাযাবলৈ আহ্বান জনাইছিল।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd