• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না সংক্ৰমিত কৰি ভাৰতীয়সকলক হত্যাৰ নিৰ্দেশ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2020 4:16 pm
182
VIEWS
Share on FacebookShare on Twitter

আন্তৰ্জাতিক সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ (আই এছ) এইবাৰ লক্ষ্য হৈ পৰিছে ভাৰত। যিকোনো উপায়ে ভাৰতক ক্ষতিগ্ৰস্ত কৰাৰ বাবে তৎপৰ হৈ পৰিছে সন্ত্ৰাসবাদী সংগঠনটো।

নিজৰ জঘন্য, নিৰ্মম কাণ্ডৰ বাবে পৰিচিত এই সংগঠনটোৰ নতুন অস্ত্ৰ হৈছে কৰ’না ভাইৰাছ।

সংগঠনটোৰ অনলাইন মেগাজিনত ইয়াৰ সমৰ্থক জেহাদীসকলক “কোভিড–বাহক’ হোৱাৰ নিৰ্দেশ দিছে।

ইয়াৰ দ্বাৰা ভাৰতত ভয়ংকৰ ৰূপত এই মহামাৰী বিয়পাই দিয়াৰ পৰিকল্পনা কৰিছে আই এছে।

বাতৰি অনুসৰি, ইছলামিক ষ্টেটৰ অনলাইন মেগাজিন ‘ভইচ অফ হিন্দ’ৰ ১৭ পৃষ্ঠাৰ এটা বিশেষ সংস্কৰণ প্ৰকাশ কৰা হৈছে।

ইয়াত ভাৰতত থকা জেহাদীসকলে কেনেদৰে ভাৰতীয়সকলৰ ক্ষতি কৰিব পাৰে তাৰ কেইবাটাও পৰামৰ্শ দিছে।

মেগাজিনখনৰ ক’ভাৰ পেজত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ ছবি প্ৰকাশ কৰা হৈছে। লগতে দিল্লীৰ সাম্প্ৰদায়িক হিংসাৰ ছবিও দিয়া হৈছে। 

বাতৰিত কোৱা হৈছে যে মেগাজিনখনত সুযোগ পালেই ভাৰতীয়সকলক হত্যা কৰাৰ লগতে সকলো সময়তে নিজৰ লগত অস্ত্ৰ ৰখাৰ পৰামৰ্শ দিয়া হৈছে।

মেগাজিনখনত হত্যাৰ পদ্ধতি হিচাপে আটাইতকৈ সহজ বিকল্প কৰ’না ভাইৰাছক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছে। যিমান পাৰি ‘অবিশ্বাসী’সকলৰ মাজত ইয়াক বিয়পাই দিবলৈ কোৱা হৈছে।

তবলিগ জামাত আৰু মৌলানা ছাদক ছুপাৰ স্প্ৰেডাৰ হিচাপে উল্লেখ কৰি জামিয়া মিলিয়াৰ শিক্ষাৰ্থীসকলৰ গ্ৰেপ্তাৰৰ প্ৰতিশোধ ল’বলৈ দিল্লী আৰক্ষীৰ লোকসলৰ মাজত এই ভাইৰাছ বিয়পাই দিয়াৰ পৰামৰ্শ দিয়া হৈছে।

সন্ত্ৰাসবাদী সংগঠন আই এছে ভাৰতক লক্ষ্য কৰি লোৱাৰ কথা চোৰাংচোৱাৰ প্ৰতিবেদনতো প্ৰকাশ পাইছে।    

Recent News

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd