• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না সংকটৰ সময়ত কি ৫ বিধ খাদ্যই সুস্থ ৰাখিব আপোনাৰ হাঁওফাঁও?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2020 2:55 pm
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

96k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে হাঁওফাঁওত সংক্ৰমণ ঘটিব পাৰে। 

হাঁওফাঁওত সংক্ৰমণ ঘটিলে শ্বাসকষ্টৰ ফলত মৃত্যু পৰ্যন্ত হ’ব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে। 

সেয়েহে, হাঁওফাঁও সুস্থ কৰি ৰখাটো জৰুৰী। 

হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ বিশেষ ভূমিকা আছে।

বিশেষজ্ঞসকলৰ মতে শাক-পাচলি, আলু, পটল, কোমোৰা, গাজৰ বেছিকৈ খাব লাগে। বাকলি নগুচোৱাকৈ তৰকাৰী খাব পাৰিলে আৰু ভাল। 

তদুপৰি, পটাছিয়ামযুক্ত খাদ্য হাঁওফাঁওৰ বাবে উপকাৰী। সেয়েহে, সেউজীয়া শাক, বিলাহী, বিট,আলু, কল আদি নিয়মিত খাওক। 

সেইদৰে প্ৰ’টিনৰ বাবে মাছ, মাংস, কণী, দৈ, দালি, বুট আদি খাব পাৰে। 

হাঁওফাঁওৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অক্ষুন্ন ৰাখিবলৈ দিনে দুইৰ পৰা তিনি লিটাৰ পানী খাব লাগিব। 

আনহাতে, হাঁওফাঁওৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কিছুমান বিশেষ খাদ্য খোৱা দৰকাৰ। সেইবোৰ হ’ল-

১) পিঁয়াজ আৰু নহৰুৱে প্ৰদাহৰ প্ৰৱণতা হ্ৰাস কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত শক্তি দিয়ে। সেয়েহে,পিঁয়াজ আৰু নহৰু খোৱা উচিত। 

চিকিৎসা বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে, ধূমপান কৰা লোকসকলৰ ভিতৰত যিসকলে কেঁচা নহৰু খায় তেওঁলোকৰ হাঁওফাঁওৰ বিভিন্ন ৰোগত ভোগাৰ আশংকা ৪০শতাংশ হ্ৰাস পায়। 

২) আদা থেতেলিয়াই নিয়মিত খালে হাঁওফাঁও ভাল থাকে। 

৩) কেঁচা জলকীয়া খালে ৰক্ত সঞ্চালন ঠিক থকাৰ উপৰি সংক্ৰমণ আশংক হ্ৰাস পায়। 

৪) হালধীক কাৰকিউমিনে প্ৰদাহ হ্ৰাস কৰে। সেয়ে, হালধী খোৱা উচিত।

৫) পাচলিৰ লগতে ফল খোৱাতো হাঁওফাঁওৰ বাবে উপকাৰী। আপেল, মধুৰী আম, তিয়হ আদি ফল হাঁওফাঁওৰ কাৰণে অত্যন্ত ভাল। 

আপেল আৰু গোল নেমুৰ ফ্লেভনয়েদ তথা ভিটামিন ‘চি’য়ে হাঁওফাঁওৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।  

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd