• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেল যুদ্ধ বিমানৰ সৈতে কেনেকৈ, কি সূত্ৰে জড়িত অসমৰ প্ৰতিভাৱান যুৱক সৌৰভ?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2020 9:53 am
944
VIEWS
Share on FacebookShare on Twitter

ফ্ৰান্সৰ পৰা কালি আহি হাৰিয়ানাৰ আম্বালাত অৱতৰণ কৰিছে ৰাফেলৰ পাঁচখন যুদ্ধ বিমান।

এই ৰাফেল যুদ্ধ বিমানৰ সৈতে নাম জড়িত হৈ পৰিছে অমসৰ এগৰাকী যুৱকৰ।

যুৱকজন হ’ল চিৰাং জিলাৰ বাসুগাঁৱৰ থ্ৰীডি আৰ্টিষ্ট ২২ বছৰীয়া সৌৰভ চৌৰডিয়া।

এই সৌৰভেই ৰাফালে যুদ্ধ বিমানৰ পাইলটসকলৰ জি-চ্যুটৰ বেজ তৈয়াৰ কৰি দেশ জুৰি খ্যাতি লাভ কৰিছে।

ৰাফেল যুদ্ধ বিমানৰ ১৭ গ’ল্ডেন স্কোৱাড্ৰেনৰ জি-চ্যুটত সংগলগ্ন দুটি ল’গো তথা প্ৰতীক তৈয়াৰ কৰিছে অসমৰ যুৱক সৌৰভে।

কম্পিউটাৰ আৰ্ট আৰু একচন চিনেমাৰ ভক্ত সৌৰভে ইয়াৰ পূৰ্বে ভাৰতীয় বায়ু সেনা বাহিনীৰ বাবে বিভিন্ন বেজ, নক্সা, ল’গো আদি তৈয়াৰী কামত জড়িত আছিল।

ইয়াৰ পিছতে সৌৰভে ভাৰতীয় বায়ু সেনাৰ ৰাফেল বিমানৰ পাইলটৰ বাবে দুটা বেজ তৈয়াৰ কৰাৰ দায়িত্ব লাভ কৰে।

“বায়ু সেনাৰ নিজস্ব প্ৰতীকৰ মান অক্ষুণ্ণ ৰাখিবলৈ আমাক কোৱা হৈছিল। স্কোৱাড্ৰনৰ প্ৰতীক ৰাখি ৰাফেলকো গুৰুত্ব দিব লাগিব বুলি কৈছিল।” সৌৰভে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

নয়ডা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতক সৌৰভ বৰ্তমান দিল্লীস্থিত এটা ‘থ্ৰীডি গেমিং’ প্ৰতিষ্ঠানত কৰ্মৰত।

ইয়াৰ পূৰ্বে সৌৰভে বায়ু সেনাৰ বাবে বিভিন্ন ল’গো, প্ৰতীক, পাছ, নক্সা তৈয়াৰ কৰাৰ সমান্তৰালভাৱে এভিয়েশ্যন আৰ্ট, গ্ৰাফিক্স, থ্ৰীডি মডেল আদিয়ো তৈয়াৰ কৰি আহিছে।

Recent News

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd