• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধায়ক পদ্ম হাজৰিকাই আইন হাতত তুলি লোৱা কাৰ্য নিন্দনীয়: চিপিআই (এম)

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 31, 2020 11:18 pm
460
VIEWS
Share on FacebookShare on Twitter

কালি ভূমি বিবাদক কেন্দ্ৰ কৰি সন্দেহযুক্ত নাগৰিকে খিলঞ্জীয়া লোকক আক্ৰমণ কৰাৰ পাছতে জামুগুৰিহাটৰ চকীহাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

সেই সময়তে বিধায়ক পদ্ম হাজৰিকাই হাতত মৰানস্ত্ৰ অৰ্থাৎ এটা বন্দুক লৈ ৰাজপথত ঘূৰি আছিল। ইতিমধ্যে ছচিয়েল মেডিয়াত ভাইৰেল হৈছে ফটোখন।

তাৰ পাছতে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চি পি আই (এম) ৰ সম্পাদক দেবেন ভট্টাচাৰ্যই কয় “বিধায়ক পদ্ম হাজৰিকাই হাতত মৰানস্ত্ৰ লৈ ৰাজপথত ঘূৰি ফুৰা কথাটোৰ আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। বিবাদমান অঞ্চলত আৰক্ষীৰ সন্মুখতে বিধায়কজনে অস্ত্ৰ কঢ়িয়াই লৈ ফুৰিছে।”

“এনেদৰে সকলো নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই বিধায়কে আইন হাতত তুলি লোৱাটো গৰ্হিত কাৰ্য্য।” ভট্টাচাৰ্য্যই লগতে কয়।

ইপিনে, বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কোনো ভাৰতীয় নাগৰিকক উচ্ছেদ কৰাটো উচিত নহয় বুলি উল্লেখ কৰি তেওঁ কয় “উত্তেজনা সৃষ্টি কৰা আৰু সংঘাতৰ বাবে দায়ী সকলৰ বিৰুদ্ধে যথা যথ ব্যৱস্থা গ্ৰহণ কৰাটো আৰক্ষী প্ৰশাসনৰ দায়িত্ব। কিন্তু চৰকাৰে ইয়াৰ পৰিবৰ্তে এজন বিধায়কক আইন তুলি ল’ব দিব নোৱাৰে।”

পূৰ্বেও বিধায়ক পদ্ম হাজৰিকাই এনে ধৰণৰ আইন উলংঘন কৰা বুলি অভিযোগ তুলি চৰকাৰক তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী জনায়।

Recent News

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd