• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ভাৰতীয় এদিনীয়া ক্ৰিকেট দললৈ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা আজিংক ৰাহানেৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2020 4:33 pm
261
VIEWS
Share on FacebookShare on Twitter

পুনৰ ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া একাদশলৈ উভতি অহাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ নিয়মীয়া সদস্য আজিংক ৰাহানে।

২০১৮ চনত ভাৰতীয় ক্ৰিকেট দলৰ হৈ অন্তিমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অংশলোৱা ৰাহানে শনিবাৰে পুনৰ ভাৰতীয় এদিনীয়া দললৈ প্ৰত্যাৱৰ্তনৰ বাবে আশা ব্যক্ত কৰিছে।

”মোৰ প্ৰথম পৰিকল্পনা হ’ল ভাৰতীয়া এদিনীয়া ক্ৰিকেট দললৈ প্ৰত্যাৱৰ্তন কৰা। দলৰ পৰা বাদ পৰাৰ পূৰ্বে বিগত ৩-৪ বছৰত মোৰ এদিনীয়া ক্ৰিকেটৰ ৰেকৰ্ড ভালে আছিল,” ৰাহানে কয়।

আজিংক ৰাহানে ভাৰতীয় ক্ৰিকেট দলৰ হৈ মুঠ ৯০ খন খেলত অংশগ্ৰহণ কৰি ২,৯৬২ ৰান সংগ্ৰহ কৰিছিল।

এদিনীয়া দলৰ পৰা বাদ পৰিলেও আজিংক ৰাহানে ভাৰতীয় টেষ্ট দলৰ নিয়মীয়া খেলুৱৈ।

চেতেশ্বৰ পূজাৰা, অধিনায়ক বিৰাট কোহলীৰ সৈতে ৰাহানে ভাৰতীয় টেষ্ট দলৰ মিডল অৰ্ডাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালি আছে।

Recent News

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd