• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদেশ কংগ্ৰেছে বিৰোধিতা কৰি ক’লে; ‘EIA ২০২০এ ধ্বংস কৰিব অসমৰ জৈৱ-বৈচিত্ৰ’

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
August 4, 2020 8:42 pm
WhatsApp Image 2020-08-04 at 7.06.44 PM
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুঁজিপতিক সন্তুষ্ট কৰাৰ স্বাৰ্থত বিজেপিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চলকে ধৰি জৈৱ বৈচিত্ৰ ধ্বংস কৰাৰ ব্লুপ্ৰিন্ট ৰচি EIA ২০২০ জাপি দিযাৰ যি ষড়যন্ত্ৰ কৰিব বিচাৰিছে তাৰ তীব্ৰ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছে।

ৰাজীৱ ভৱনত এক সংবাদমেলত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷

Apply Now

বৰাই কয়, ‘EIA ২০২০ আইন সংশোধন কৰিলে পৰিবেশ সংক্ৰান্তীয় বহু কেইখন আইন কাৰ্যক্ষম হৈ পৰিব৷ সেয়ে এই আইনৰ বিৰোধিতা কৰিছো।’

‘এই আইন অনুসৰি যিকোনো এটা উদ্যোগ প্ৰতিষ্ঠা কৰাৰ আগত পৰিবেশ সম্পৰ্কত অনুজ্ঞা ল’ব লাগে৷ কিন্ত EIA ২০২০ সংশোধনৰ যি খচৰা প্ৰস্তুত কৰিছে সেই অনুসৰি বহু উদ্যোগৰ তালিকা এখন প্ৰকাশ কৰি কৈছে সেই সকল উদ্যোগ স্থাপন সন্দৰ্ভত ৰাইজৰ মতামত ল’ব নালাগে সেয়ে বিৰোধিতা কৰিছো।’ বৰাই লগতে কয় ।

EIA ২০২০ সংশোধনৰ যি খচৰাত সীমা অঞ্চলৰ সংজ্ঞা সলনি কৰিছে বুলি উল্লেখ কৰি কয়, ‘প্ৰকৃত আন্তৰ্জাতিক নিয়ন্ত্ৰণ ৰেখাৰ ১০০ কিলোমিটাৰত  যি কোনো উদ্যোগ হ’ব পাৰে৷ অসমত এয়া ভয়াবহ হ’ব৷ অসম ৫ খন বিদেশী ৰাষ্ট্ৰৰ সীমাত আছো।’

এই আইন সংশোধন কৰিলে অভয়াৰণ্যসমূহৰ নিৰাপত্তা নহোৱা হোৱাৰ লগতে ভবিষ্যৎ জৈৱ বিচিত্ৰ ধংস হ’ব বুলি উল্লেখ কৰি বৰাই কয় ‘EAI ২০২০ সংশোধন কৰি ৩০ টা নিয়ম নীতি উঠাই দিছে৷ দেশৰ পৰিবেশৰ লতে অসমত ই ক্ষতি কাৰক৷ কোনো উদ্যোগপতি পুঁজিপতিয়ে যতে ত’তে উদ্যোগ বনাই দিব আৰু তাৰ পিছত অনুজ্ঞা পত্ৰ ল’ব।’

চুপ্ৰিম কোৰ্টৰ ৰায়ক অৱমাননা কৰি এই খচৰা বনাইছে বুলি উল্লেখ কৰি বৰাই কয় এই আইনৰ সংশোধনীয়ে বিভিন্ন শ্ৰেণীৰ মানুহৰ জীৱন ধাৰণত প্ৰভাৱ পেলাব৷ মাছমৰীয়া, আদিবাসী, ট্ৰাইবেল আদি মানুহ ক্ষতি গ্ৰস্ত হ’ব।’

ক্ষতিগ্ৰস্ত হোৱাসকলৰ বাবে কোনো বিকল্প ব্যৱস্থা এই আইনখনত নাই বুলি উল্লেখ কৰি বৰাই কয়, ‘খচৰাৰ মতে দেশৰ প্ৰতিৰক্ষা সম্পৰ্কীয় উদ্যোগ যদি বহুৱাব লগা হয় তেনে হ’লে জনসাধৰণৰ মতামত ল’ব নালাগে৷ যাৰ ফলত জনসাধৰণ ক্ষতিগ্ৰস্ত হব।’

EIA ২০২০ ৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কেন্দ্ৰীয় পৰিবেশ,বন আৰু বতৰ পৰিবৰ্তন মন্ত্ৰনালয়লৈ পত্ৰ প্ৰেৰণ কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd