• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টেষ্টৰ সংখ্যা বৃদ্ধিয়েই মুখ্য লক্ষ্য! : নন-টেকনিকেল চিকিৎসাকৰ্মীক কোভিড ৰোগী চিনাক্তকৰণৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 10:48 am
covid-testing-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে দেশতো ক’ৰ’নাই অতি মহামাৰীৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কিছু টোঘলকী কাণ্ডই সচেতন মহলৰ লগতে স্বাস্থ্য কৰ্মীৰো চকু কপালত তুলিছে।

যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশনাই তেনে এক ইঙ্গিতকে বহন কৰিছে।

Apply Now

ৰাজ্যত কোভিড১৯ৰ ৰেপিড টেষ্টৰ সংখ্যা বৃদ্ধিৰ নামত অভিজ্ঞতা নথকা স্বাস্থ্যকৰ্মীসকলক কোভিড১৯ৰ ৰেপিড এন্টিজেন টেষ্টৰ দায়িত্ব দিয়া হৈছে।

ইতিমধ্যে অসমৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি বিভিন্ন জিলালৈ পত্ৰ প্ৰেৰণ কৰিছে।

উক্ত নিৰ্দেশনাটোত কোৱা হৈছে যে, এ এন এম কৰ্মী, এম পি ডব্লিউ, এছ ডব্লিউ আৰু জি এন এমৰ স্বাস্থ্যকৰ্মীসকলক কোভিড১৯ৰ ৰেপিড এন্টিজেন টেষ্ট কৰি কোভিড আক্ৰান্তক চিনাক্তকৰণৰ দায়িত্ব দিয়া হৈছে।

স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা অৰ্ডাৰ নং (ডি এইছ এছ য আই ডি এছ পি য কোভিড-১৯ য ২০২০/৪৬২০ মৰ্মে গোৱালপাৰা জিলা আৰু এন এইছ এম য ডি এইছ এছ(ক) ক’ৰ’না-২০১৯/২০/৫০৬/১৭২৫৯ মৰ্মে কামৰূপ জিলাত উক্ত স্বাস্থ্যকৰ্মীসকলৰ দ্বাৰা কোভিড-১৯ৰ ৰেপিড এন্টিজেন টেষ্টৰ দ্বাৰা কোভিড আক্ৰান্তৰ চিনাক্তকৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে।

ইফালে এই সম্পৰ্কীয় একেটা নিৰ্দেশ অ’ৰ্ডাৰ নং জে টি ডি এইছ/জে অ’ আৰ/২০২০/৪৯৪৬ নং পত্ৰৰ যোগে যোৰহাট জিলালৈও প্ৰেৰণ কৰা হৈছে।

স্বাস্থ্য বিভাগে মাত্ৰ দুদিনীয়া প্ৰশিক্ষণ প্ৰদানেৰে নন-টেকনিকেল স্বাস্থ্যকৰ্মীৰ দ্বাৰা কোভিড-১৯ৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱাটো কিমান দূৰ গ্ৰহণযোগ্য তাকে লৈ এতিয়া প্রশ্নৰ উদ্ৰেক ঘটিছে।

কেৱল ৰাজ্যত কোভিড-১৯ৰ টেষ্টৰ সংখ্যা বৃদ্ধিৰ বাবেই স্বাস্থ্য বিভাগে লোৱা এনে হঠকাৰী সিদ্ধান্তই ৰাজ্যৰ সচেতন লোকৰ লগতে নন-টেকনিকেল স্বাস্থ্যকৰ্মীসকলৰ মাজতো উদ্ৰেক বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

মাত্ৰ দুদিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি এইক্ষেত্ৰত অনভিজ্ঞ নন-টেকনিকেল স্বাস্থ্যকৰ্মীয়ে এনে গুৰুত্বপূৰ্ণ টেষ্ট সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ’ব নে?

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd