• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইতিহাসত প্ৰথম: কাশ্মীৰ সীমান্তত মোতায়েন কৰা হ’ল মহিলা সেনা দল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 7:38 pm
In-a-first-Army-d
423
VIEWS
Share on FacebookShare on Twitter

ইতিহাসৰ পৃষ্ঠাত ভাৰতে ইটোৰ পিটত সিটোকৈ নতুন ঘটনাৰ সংযোজন ঘটাই গৈছে।

কালি প্ৰায় ৫০০ বছৰীয়া বিবাদৰ অন্তত অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাস হোৱাৰ পিছত এইবাৰ দেশৰ ইতিহাসত সংযোজন ঘটিল আন এক অধ্যায়ৰ।

দশকৰ পিছত দসক ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ সৃষ্টি কৰি অহা কাশ্মীৰত প্ৰথম বাৰৰ বাবে মোতায়েন কৰা হ’ল মহিলা সেনাৰ দল।

পাক সন্ত্ৰাসবাদীৰ পৰা আহি থকা সকলো ভয়-ভাবুকি নেওঁচি এতিয়াৰে পৰা কাস্মীৰৰ পাক-ভাৰত সীমান্তৰ দুৰ্গম অঞ্চলত দিনে-নিশাই পহৰা দিব মহিলা সেনাই।

ইয়াৰ পূৰ্বে নিৰাপত্তাৰ দিশটোৰ প্ৰতি নজৰ ৰাখি কাশ্মীৰ সীমান্তত মহিলা সেনা মোতায়েনৰ কথা কোনেও ভাবিবই পৰা নাছিল।

কিন্তু শেহতীয়াকৈ ভাৰতীয় সেনাত মহিলা কমিছনড অফিচাৰৰ অন্তৰ্ভূক্তিৰ বিষয়টোৱে অগ্ৰাধিকাৰ লাভ কৰাৰ লগে লগে কাশ্মীৰতো মহিলা সেনাৰ মোতায়েনৰ প্ৰসংগটোৱে নতুন মাত্ৰা লাভ কৰে।

সদ্যহতে কাশ্মীৰ সীমান্তত অসম ৰাইফলছৰ মহিলা কেডাৰক মোতায়েন কৰা হৈছে।

পাহাৰ-জংঘল, নদী-জান-জুৰি অতিক্ৰমি এই সকল মহিলা যোদ্ধা অনবৰতে ব্যস্ত হৈ থাকিব আই মাতৃৰ সেৱাত।

এইসকল মহিলা যোদ্ধাৰ সৈতে ইতিমধ্যে স্থানীয় মহিলা-যুৱতী সকল সহজ হৈ পৰিছে।

Recent News

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd