• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ মাজ মজিয়াত বনৰীয়া গাহৰিৰ সন্ত্ৰাস : চাৰিজন আহত

মহানগৰীৰ মাজ মজিয়াত ক’ৰ পৰা আহিল বন গাহৰি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 8, 2020 4:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ মাজ মজিয়াত থকা আমবাৰী অঞ্চলত এটা বন গাহৰিয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

গুৱাহাটী প্ৰেছ ক্লাৱতো বন গাহৰিয়ে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে।

Apply Now

বন গাহৰিটোৱে প্ৰথমে গুৱাহাটী প্ৰেছ ক্লাৱত কৰ্মৰত ৰাজেন বাস্ফৰ নামৰ এজন কৰ্মচাৰীক আক্ৰমণ কৰি আহত কৰে।

গাহৰি আক্ৰমণৰ ঘটনা বন্দী হৈ ৰৈছে CCTV ত।

তাৰ পিছতে অসম পুৰাতত্ব বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত প্ৰৱেশ কৰে গাহৰিটোৱে। কাৰ্যালয়টোৰ কৰুণা বৰ্মণ নামৰ এগৰাকী কৰ্মচাৰীক গাহৰিটোৱে আক্ৰমণ কৰে।

পুৰাতত্ব বিভাগৰ কাৰ্যালয়ৰ পিছত অসম টেক্সটাইল ইনষ্টিটিউটত প্ৰৱেশ কৰে গাহৰিটো। প্ৰতিষ্ঠানটোত দুজন লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। পুৰাতত্ব বিভাগৰ দুই কৰ্মচাৰী মকলেছ আলী আৰু কৰুনা বৰ্মন আহত হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি, টেক্সটাইলত কৰ্মৰত কৰ্মচাৰী লক্ষী বড়োও গাহৰিৰ আক্ৰমণত আহত হৈছে।

গাহৰিৰ আক্ৰমণত আহত হৈছে মুঠ ৪ জনকৈ লোক।

আহত চাৰিজনৰ এজনক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে MMCH ত, দুজনক GMCH আৰু এজনক উইনট্ৰব হাস্পতালত ভৰ্তি কৰা হৈছে।

এই ঘটনাৰ পিছতে লতাশিল থানাৰ আৰক্ষীৰ লগতে নাৰেংগী বন বিষয়াৰ কাৰ্যালয়ৰ লোক উপস্থিত হয়হি ঘটনাস্থলীত। কিন্তু বৰ্তমানলৈকে গাহৰিটোক ধৰিব পৰা নাই।

জানিব পৰা মতে নাৰেঙ্গী বনাঞ্চল এলেকাৰ পৰা গাহৰিটো ওলাই আহি মহানগৰীৰ মাজ মজিয়াত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। কিছুদিন পূৰ্বে গাহৰিটোৱে চান্দমাৰী আৰু বামুণীমৈদামৰ ভিতৰুৱা অঞ্চলতো সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বুলি জানিব পৰা গৈছে।

মহানগৰীৰ মাজ মজিয়াত হোৱা গাহৰিৰ আক্ৰমণক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd