• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমিকাৰ সৈতে ফোনালাপত ব্যস্ত থকা সহ্য কৰিব নোৱাৰি পুত্ৰক হত্যা কৰিলে পিতৃয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2020 7:13 pm
index.jpgkk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুত্ৰৰ প্ৰেমক বাধা দিব নোৱাৰি এজন পিতৃয়ে পুত্ৰকে হত্যা কৰাৰ দৰে অতি লোমহৰ্ষক এক ঘটনা পোহৰলৈ আহিছে।

ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ বৰ্ধমান জিলাৰ পূৱস্থলী আৰক্ষী থানাৰ অন্তৰ্গত হামিদপুৰ অঞ্চলত।

Apply Now

ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্থানীয় সূত্ৰৰ বিৱৰণীৰ মতে, আলিমউদ্দিন শ্বেখ নামৰ এজন যুৱকে বিগত কিছুদিন ধৰি এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল।

যুৱকজনৰ পিতৃয়ে এই সম্পৰ্কৰ কথা জানিব পৰি পুত্ৰৰ প্ৰেমৰ সম্পৰ্কক বিৰোধিতা কৰি যুৱতী গৰাকীৰ সৈতে সম্পৰ্ক যতি পেলাবলৈ নিৰ্দেশ দিয়ে।

কিন্তু পু্ত্ৰ আলিমউদ্দিনে পৰিয়াল আৰু পিতৃৰ নিৰ্দেশ অমান্য কৰি যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক অব্যাহত ৰখাত পিতৃ ক্ৰমশঃ খড়গস্ত হৈ উঠে।

ইফালে পুত্ৰ আলিমউমুদ্দিনে ৰাতি প্ৰেয়সীৰ সৈতে ফোনালাপত ব্যস্ত থকাটো সহ্য কৰি আহিব পৰা নাছিল পিতৃয়ে।

শনিবাৰে ৰাতি পুত্ৰই প্ৰেয়সীৰ সৈতে ফোনালাপত ব্যস্ত থকাত সহ্য কৰিব নোৱাৰি পিতৃয়ে খঙত অগ্নিশৰ্মা হৈ এখন ছুৰীৰে পুত্ৰক আক্ৰমণ কৰে।

পিতৃয়ে পুত্ৰ ওপৰত উপৰ্যুপৰি ছুৰীৰে আঘাত কৰা দেখি পিতৃক বাধা প্ৰদান কৰিবলৈ আগবাঢ়ি যোৱা মাতৃয়ো আঘাতপ্ৰাপ্ত হৈছে।

পিতৃৰ ছুৰীৰ আঘাতত ঘটনাস্থলীতে আলিমউদ্দিনৰ মৃত্যু ঘটে। ইফালে পুত্ৰক হত্যা কৰি পিতৃ পলায়ন কৰে ঘটনাস্থলীৰ পৰা।

ঘটনা খবৰ পায়ে স্থানীয় আৰক্ষীয়ে পূৰ্বস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ৰক্তাক্ত ছুৰীখন ঘটনাস্থলীৰ পৰা বাজেয়াপ্ত কৰি আৰক্ষীয়ে হত্যাকাৰী পিতৃৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

July 1, 2026 8:26 pm
খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm
তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ : টিভিকে বিধায়কক ৩৫ কোটি টকাৰ প্ৰস্তাৱ, গ্ৰেপ্তাৰ ৩ জন

July 1, 2026 7:51 pm
৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

July 1, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

ভাৰত-জাপান সম্পৰ্কৰ নতুন অধ্যায় : মোদী-তাকাইচি সন্মিলন আৰু ভাৰতলৈ জাপানী বিনিয়োগৰ সোঁত

July 1, 2026 8:26 pm
খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ কংগ্ৰেছ সভাপতি খৰ্গে ছলমান খুৰছিদ আৰু পৱন খেৰাক ইৰানৰ বিশেষ আমন্ত্ৰণ

July 1, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd