• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি নেতাসহ চামগুৰিত পুনৰ ২২ জনৰ দেহত ক’ৰ’না ভাইৰাছ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
August 10, 2020 8:42 pm
185
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চামগুৰি-পুৰণিগুদামৰ বিভিন্ন অঞ্চলত সম্প্ৰতি ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

আজি নগাঁও টাউনৰ নেহেৰুবালিস্থিত স্বাৱ পৰীক্ষণ কেন্দ্ৰত ব্ৰহ্মচাৰী সত্ৰৰ নিবাসী তথা বিজেপিৰ বাজিয়া মণ্ডলৰ সভাপতি বীৰেণ শইকীয়া (৫১) আৰু তেওঁৰ পত্নী জোনমণি বৰুৱা শইকীয়া (৪৪), চামগুৰিৰ লাওখোৱা নিবাসী তথা কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিৰাজ কুমাৰ নন্দী (৫১), পত্নী সঙ্ঘমিত্ৰা নন্দী (৩৮), দুই জিয়ৰী ক্ৰমে শ্ৰেয়ানু (৯) আৰু শ্ৰেয়া (৭) ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

ক‘ভিড-১৯ পজিটিভ ধৰা পৰা এই ছয় জন ৰোগীক গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷

আনহাতে ব্যৱসায় কেন্দ্ৰ হিচাপে পৰিচিত চামগুৰি আমনিত ক’ৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ৰেপিড এণ্টিজেন পৰীক্ষাৰ দ্বাৰা আমনি ব্যৱসায়ী সন্থাৰ সভাপতি ৰূপনাৰায়ণ স্বাহকে প্ৰমুখ্য কৰি অঞ্চলটোৰ কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠানৰ মালিক, কৰ্মচাৰীসহ ৪৫ জনৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত অঞ্চলটোত আতংকৰ সৃষ্টি হয়।

আনহাতে চামগুৰিৰ আমনিত যোৱা ৮ আগষ্টত ৩১ জনৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰাৰ পূৰ্বে আমনিত ১২ জন পজিটিভ ৰোগী পোৱা গৈছিল৷

আজি চামগুৰিত পুনৰ ২২ জনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে৷

সাম্প্ৰতিক সময়ত ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু স্বাস্থ্য বিভাগক বৃহত্তৰ চামগুৰি আৰু পুৰণিগুদামৰ বিভিন্ন স্থানত ৰেপিড এণ্টিজেন পৰীক্ষণ কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ সচেতন মহলে অনুৰোধ জনাইছে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd