• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত চিকিৎসক কৰ্ণেল মহানন্দ মেধিৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2020 8:26 pm
photo
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনা বাহিনীত এগৰাকী সুদক্ষ চিকিৎসক হিচাবে নিষ্ঠাৰে সেৱা আগবঢ়োৱা কৰ্ণেল মহানন্দ মেধিৰ আজি পুৱা গুৱাহাটীৰ দিছপুৰস্থিত জি এন আৰ চি হস্পিতালত মৃত্যু ঘটে।

১৯৪৩ চনৰ ৭ ছেপ্তেম্বৰত নগৰবেৰাত জন্মগ্ৰহণ কৰা মহানন্দ মেধিয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৬২-৬৩ চনত ভাৰতীয় সেনা বাহিনীত এগৰাকী চিকিৎসক হিচাবে যোগদান কৰে।

Apply Now

পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে তেওঁক ওমানলৈ ডেপুটেশ্বনত প্ৰেৰণ কৰে আৰু তাত তেওঁ ৰয়েল আৰ্মীত প্ৰায় ৩০ বছৰ ধৰি সেৱা আগবঢ়ায়।

তেওঁ ওমানৰ স্বাস্থ্য সেৱাৰ সঞ্চালক পদত অধিস্থিত হোৱাৰ উপৰি ওমানৰ চুলতানৰ উপদেষ্টা হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল।

২০১৬ চনত তেওঁ অসমলৈ উভতি আহিছিল আৰু গুৱাহাটীৰ হেঙেৰাবাৰীত থকা বাসভৱনত থাকিবলৈ লৈছিল।

বিভিন্ন সামাজিক কামত জৰিত মহানন্দ মেধিৰ মৃত্যুত শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী ডাঃ শান্তি মেধি,পুত্ৰ গুণজিৎ মেধিৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am
N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am
N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd