• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহজনৰ ওজন ২২৫কেজি; দিনে খোৱাৰ পৰিমান জানিলে চকু কপালত উঠিব আপোনাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2020 11:19 am
গেইনাৰ বুল ওৰফে ব্ৰায়েন

গেইনাৰ বুল ওৰফে ব্ৰায়েন

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰুতে বকাসুৰৰ সাধু শুনা সকলে পঢ়িলে হয়তো আমোদ পাব। কিন্তু দৰাচলতে এয়া সাধু নহয়, এয়া বাস্তৱতে দেখা এজন স্থুলকায় লোকৰ কথাহে এয়া।

ফ্ল’ৰিডাৰ গেইনাৰ বুলৰ শৰীৰৰ ওজন হৈছে ২২৫কেজি। তেওঁৰ খোৱালোৱাৰ পৰিমানো সেইধৰণে আচৰিত।

Apply Now

প্ৰতিদিনে ১০হাজাৰ কেল’ৰি খাদ্যবস্তু লাগে তেওঁক। পিচে, তেওঁক এই খোৱাৰ বাবে প্ৰয়োজনীয় খৰচ যোগান ধৰে তেওঁৰেই অনুৰাগীসকলে।

নিজৰ ২০বছৰ বয়সৰ পৰাই শৰীৰৰ ওজন বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰিছে ফ্ল’ৰিডাৰ এইগৰাকী গেইনাৰ বুলি ওৰফে ব্ৰায়ানে।

সৰুৰে পৰা এইদৰে ওজন বৃদ্ধি কৰাটো গেইনাৰৰ এটা চখ আৰু সেই কথা তেওঁ নিজমুখে স্বীকাৰ কৰিছে।

বৰ্তমান ৪৪বছৰীয়া গেইনাৰে জানিবলৈ দিয়া মতে সৰুৰে পৰা তেওঁ কাৰ্টুন ছবি চাই ইয়াৰ শকত-আৱত চৰিত্ৰসমূহৰ প্ৰতি আকৃষ্ট হৈ পৰে।

সেইদৰে তেওঁ সেই চৰিত্ৰসমূহৰ দৰে নিজকে গঢ়ি তুলিবলৈ যত্ন কৰে আৰু দহ বছৰ বয়সৰ পৰাই ক্ৰমে ওজন বঢ়াবলৈ আৰম্ভ কৰাৰ লগতে ব্যায়াম আদি কৰিবলৈ লয়।

ব্ৰায়ানে ২০বছৰ বয়সৰ পৰা খোৱাৰ পৰিমান বঢ়াই দিয়ে।

তেওঁৰ যেতিয়া বয়স ২০বছৰ আছিল তেতিয়া শৰীৰৰ ওজন আছিল ৮১কেজি। আনহাতে, এতিয়া ৪৪বছৰ বয়সত ব্ৰায়ানৰ শৰীৰৰ ওজন হৈছে ২২৫কেজি।

https://www.instagram.com/p/B-QrlKKjO-S/?utm_source=ig_web_copy_link

ব্ৰায়ানে তেওঁৰ এই পৰিক্ৰমাত প্ৰতিদিনে ১০হাজাৰ কেল’ৰিৰ খাদ্য খায়।

অনলাইনত ব্ৰায়ানৰ খোৱা বোৱাৰ ছবিসমূহে ব্যাপক জনপ্ৰিয়তা লাভ কৰে। ছচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত তেওঁৰ অনুৰাগীসকলে ব্ৰায়ানৰ ভিডিঅ’সমূহৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি প’ষ্ট কৰে আৰু সেইবোৰ আন চাই আন বহু অনুৰাগীয়ে সন্তুষ্টি লাভ কৰে।

ইয়াৰ পৰা হোৱা আয়ৰ টকাৰে ব্ৰায়ানৰ খোৱাৰ খৰচ যোগান ধৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd