• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেঙেৰীত নাবালিকাক বলাৎকাৰৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হ’ল যুৱক : আপোচৰ নামত ৩০ হাজাৰ সৰকালে ভিডিপিৰ সম্পাদকে

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
August 17, 2020 7:22 pm
index.jpgmm.jpgকক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত ১ নং মুংগং পথাৰৰ এগৰাকী নাবালিকাক এজন যুৱকে বলাৎকাৰ কৰিবলৈ চেষ্টা কৰা এই ঘটনাক গাপ দিয়াৰ বাবে গাঁৱৰক্ষী বাহিনীৰ সম্পাদকে ধন সংগ্ৰহ কৰা ঘটনাৰ খবৰে চাঞ্চল্য সৃষ্টি হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি একে চুবুৰীৰে এগৰাকী নাবালিকাক বলাৎকাৰৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল পেঙেৰী থানাৰ অন্তৰ্গত ১ নং মুংগং পথাৰৰ এজন যুৱক।

ঘটনাৰ বিৱৰণী মতে যোৱা ১৩ আগষ্ট তাৰিখেই সন্ধিয়া একেখন গাঁৱ এগৰাকী নাবালিকাক বলাৎকাৰৰ চেষ্টা কৰাৰ অভিযোগৰ ভিত্তিত ধনু ওৰফে ধনে গড় (২০)ক আটক কৰি নি পেঙেৰী থানাৰ লক- আপত ভৰাই থয়। লগে লগে দুয়ো পক্ষ পেঙেৰী থানালৈ গৈ আৰক্ষীৰ উপস্থিতিত আপোচ মীমাংসা কৰি গোচৰটো উঠাই লৈ হাজোতৰ পৰা ধনু গড়ক মুকলি কৰি নিয়ে।

নাবালিকা পিতৃয়ে আৰক্ষীক লিখিত ভাৱে জনোৱা মীমাংসা পত্ৰত কোৱা হৈছিল যে তেওঁৰ ছোৱালীক ধনু গড়ে বলাৎকাৰৰ চেষ্টা কৰা অভিযোগটো সত্য নহয়, বৰঞ্চ এক অপপ্ৰচাৰহে আছিল। গতিকে তেওঁ ইতিমধ্যে প্ৰদান কৰা অভিযোগ উঠাই লোৱাৰ সিদ্ধান্ত লৈছে।

ইফালে ধনুৰ পিতৃ সন্তোষ গড়ে জানিবলৈ দিয়া মতে এই মীমাংসাৰ বাবে ১ নং মুংগং পথাৰ গাঁৱৰ গাঁৱৰক্ষী বাহিনীৰ সম্পাদক বংশী চেত্ৰীক ৩৫ হাজাৰ টকা দিব লগা হয়। উক্ত পৰিমাণৰ টকাখিনি অৱশ্যে কাৰ কাৰ জেপত সোমাল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

কিন্তু আপোচ মীমাংসাৰ তিনিদিনৰ পাছত উক্ত ঘটনাই অন্যফালে গতি ল’লে। আটছাৰ পেঙেৰী শাখাৰ হেঁ‌চাত পৰি নাবালিকাৰ পিতৃয়ে ১৬ আগষ্টত পেঙেৰী থানাত ধনু গড়ৰ বিৰুদ্ধে পুনৰবাৰ এজাহাৰ দাখিল কৰাত দ্বিতীয়বাৰৰ বাবে ধনুক আৰক্ষীয়ে আটক কৰি আনে।

অনহাতে দুখীয়া পৰিয়ালৰ পৰা আপোচ মীমাংসাৰ নামত ৩৫ হাজাৰকৈ টকা সৰকাই লোৱাৰ বিৰুদ্ধেও তদন্ত কৰিবলৈ দাবী উত্থাপন হৈছে।

নাবালিকা গৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত কালি পেঙেৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/ আৰ ডব্লিউ ছেকচনৰ প’কছ’ এক্টৰ ৪ ৰ অধীনত ৩৬/ ২০২০ নম্বৰত এটা গোচৰ পঞ্জীভুক্ত কৰি ধনু গড়ক গ্ৰেপ্তাৰ কৰে।

আজি ধৃত যুৱকজনক ৰঙাঘৰলৈ প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হৈছে।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd