• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হুজুৰ, আমি ভাবো আপুনি নৰেন্দ্ৰ মোদীৰ লগত যুঁজ কৰা উচিত’ একালত আজমলক উদ্দেশ্যি হিমন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 19, 2020 8:09 pm
1gogoi-himanta-dada
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ চৰকাৰী বাসগৃহত সম্বোধন কৰা এক সংবাদমেলত একালৰ নয়নৰ মণি ‘কংগ্ৰেছী হিমন্ত’ৰ এটা ভিডিঅ’ ভাইৰেল কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

২০১৪ চনত অৰ্থ্যাৎ সেই সময়ৰ কংগ্ৰেছী হিমন্তই নিউজ লাইভৰ এডিৰ ইন চিফ জাৰিৰ হুছেইনৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ কিয়দাংশ ভাইৰেল কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

Apply Now

ভাইৰেল কৰা ভিডিঅ’টোত হিমন্ত বিশ্ব শর্মাই কয় ‘৮ তাৰিখে নৰেন্দ্ৰ মোদী আহিব। তেওঁক উপহাৰ এটা দিবলৈ আমাৰ কি খদম দম লাগিছে। আমি বিজেপিক ডবাই ৰাখিব লাগিব। আমি বিজেপিক ক’ব খুজিছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নচলিব। এআইয়ুডিএফে মিত্ৰতা কৰিব নালাগে আমাৰ লগত, কিন্তু আমাৰ যাতে বিৰোধিতাও নকৰে।‘

‘আজমল ডাঙৰীয়াক মই অনুৰোধ জনাম হুজুৰ, আমি ভাবো আপুনি নৰেন্দ্ৰ মোদীৰ লগত যুঁজ কৰা উচিত। ৮ তাৰিখে নৰেন্দ্ৰ মোদী আহিব, তেওঁক কথা কোৱাৰ সুযোগ উলিয়াই নিদিব। আপুনি তেওঁৰ হাতত এজনো সাংসদ তুলি নিদিব। আপোনালোকক কোনোবাই ক’ব পাৰে হাইদৰ হুছেইন আমাৰহে প্ৰাৰ্থী। ৮ তাৰিখে আপোনাৰ ৰেলী নাই, ৮ তাৰিখে মোদীৰ ৰেলী আছে। সৰ্বানন্দ সোণোৱাল আৰু প্ৰফুল্ল মহন্ত যাৰ মাজত চুক্তি হ’বলৈ গৈ আছে তেওঁলোকে ক্ৰেডিট ল’ব। ধৰ্ম নিৰপেক্ষ আন্দোলন দূৰ্বল হ’ব।‘ ভিডিঅ’টোত হিমন্তই এইদৰে উল্লেখ কৰিছিল।

এই ভিডিঅ’ ভাইৰেল কৰি গগৈৰ মন্তব্য ‘হিমন্ত বিশ্বই কেতিয়া কি কয় নিজেই নাজানে। এটা সময়ত তেওঁৱেই গুজৰাটৰ পাইপৰে মুছলমানৰ তেজ বয় বুলি কৈছিল এতিয়াই সেই মোদীৰে গুণ-গান গাই থাকে। মইতো আজমলক কেতিয়াও হুজুৰ কোৱা নাছিলো। ২০০১ চনত জমিয়তক লৈ চৰকাৰ গঠন কৰিছিলো তাৰ পাছত ২০০৬ চনৰ পৰা এআইয়ুডিএফৰ সমৰ্থন লোৱা নাছিলো। এনেকুৱা স্থিতি ঠিক নহয়।’

‘তেওঁ ১২ চনৰ পৰা মুখ্যমন্ত্ৰী হ’বলৈ বিচাৰি আছে। সপোন পূৰ্ণ হোৱা নাই। গতিকে হতাশাৰ বোজাটো বুজি পাইছো।‘ হিমন্তক কটাক্ষ কৰি গগৈয়ে এইদৰে কয়।

ইপিনে, কালি হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত গগৈক কটাক্ষ কৰি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া কৰি গগৈয়ে কয় ‘এজন শিক্ষামন্ত্ৰী হিচাপে কালি তেওঁ মোক লৈ যিখিনি কথা ক’লে এইটো অতি দুৰ্ভাগ্যজনক। শিক্ষক আৰু ছাত্ৰৰ মাজত তেওঁ এইটো কি আদৰ্শ দেখুৱাইছে? অসমৰ সমাজ জীৱনত এনেকুৱা ধৰণৰ অসৌজন্যমূলক কথা-বতৰাৰ স্থান কেতিয়াও নাছিল নাথাকে আৰু নাই।‘

উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভাইৰেল কৰা ভিডিঅ’টোৰ অংশ তলত দিয়া ভিডিঅ’টোৰ ৩১.৪০ মিনিটৰ পৰা শুনিবলৈ পাব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd