• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰত্যাশিত! ছোনিয়া গান্ধীয়েই কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভাপতিৰ দায়িত্বত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2020 7:00 am
sonia-gandhi

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী।

305
VIEWS
Share on FacebookShare on Twitter

যেন এখন নাটকৰ চিত্ৰনাট্যহে ৰূপায়ন কৰা হ’ল। কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক কাৰ্যত: এক আনুষ্ঠানিকতাৰ নামান্তৰহে হৈ পৰিল।

নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি পত্ৰ লিখা নেতাসকলক বেকফুটলৈ ঠেলি দি প্ৰত্যাশিতভাৱেই আৰু ছয় মাহৰ বাবে অন্তৱৰ্তীকালী সভাপতিৰ দায়িত্বত থাকিব ছোনিয়া গান্ধী।

কিন্তু নেতৃত্বৰ পৰিৱৰ্তন বিচৰা ক্ষুব্ধ নেতাসকল ক্ষান্ত হ’লনে?

সোমবাৰে সন্ধিয়া ক্ষুব্ধ নেতাসকলে গোলাম নবী আজাদৰ ঘৰত মিলিত হ’ল এক বৈঠকত।

সোমবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে দলৰ অন্তৱৰ্তী সভাপতি হিচাপে ছোনিয়া গান্ধীয়েই কাৰ্যভাৰ চলাই নিব।

কিন্তু তেওঁ নতুন এগৰাকী সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব।

ছোনিয়া গান্ধীয়ে কয় যে তেওঁ আৰু এই দায়িত্ব পালন কৰিব নিবিচাৰে। এই দায়িত্ব যাতে আন কোনোৱে গ্ৰহণ কৰে।

উল্লেখ্য যে নেতৃত্বৰ পৰিৱৰ্তন তথা দলৰ সাংগঠনিক সাল-সলনি বিচাৰি ২৩গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই এখন পত্ৰ লিখিছিল।

ইয়াৰ পাছতে সোমবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ  বৈঠক আহ্বান কৰা হৈছিল। বৈঠকত এই পত্ৰখনক লৈ বিস্তৃতভাৱে আলোচনা কৰা হয়।

ইয়াৰ পূৰ্বে এই পত্ৰখনক লৈ সোমবাৰৰ পুৱাৰে পৰা কংগ্ৰেছী নেতাসকলৰ মাজত অভিযোগ-প্ৰত্যাভিযোগৰ টুইটাৰত এখন সৰু যুঁজো চলে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd