• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চি পি এমৰ প্ৰতিবাদত উত্তপ্ত সমগ্ৰ ত্ৰিপুৰা : প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 6:13 pm
index.jpgaa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চি পি এমৰ প্ৰতিবাদত উত্তপ্ত হৈ উঠিছে বিপ্লৱ দেৱৰ বিজেপি শাসিত ত্ৰিপুৰা।

ক’ৰ’ণা কালৰ মাজতে ১৬ দফাৰ দাবীত ত্ৰিপুৰাত ৰাজ্যজুৰি বামপন্থী চি পি এমৰ আহ্বানত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

Apply Now

চি পি এমৰ উক্ত প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতে বিজেপি আৰু চি পি এমৰ সদস্যৰ মাজত আক্ৰম প্ৰত্যাক্ৰমণৰ ঘটনাৰ সূত্ৰপাত হয়।

চাব্ৰুমৰ শিলাচড়িত হোৱা এই আক্ৰমণ প্ৰত্যাক্ৰমণত দুই পক্ষৰ কমেও ২০ লোক আহত হৈছে।

ইফালে ৰাজধানী আগৰতলাৰ এই প্ৰতিবাদত প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰো উপস্থিত আছিল।

ৰাজধানী আগৰতলাত প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে বাট আগচি ধৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে স্বেচ্ছাই গ্ৰেপ্তাৰ বৰণ কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত চি পি এমৰ সদস্যসকলে ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰে।

অৱশ্যে কিছু সময়ৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক মুকলি কৰি দিয়া হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে প্ৰতিবাদকালীন অৱস্থাত ৰাজ্যখনৰ বিভিন্ন স্থানত বিক্ষিপ্তভাৱে দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে।

বিজেপিয়ে দাবী কৰিছে যে চি পি এম-ৰ প্ৰতিবাদ সফল নোহোৱাৰ বাবে তেওঁলোকৰ সদস্যসকলে হিংসাত্মক ঘটনা সংঘটিত কৰিছে।

আনহাতে চি পি এম-এ দাবী কৰিছে যে বিজেপিৰ সদস্যসকলে আন্দোলন ব্যৰ্থ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত প্ৰৰোচনামূলকভাৱে আক্ৰমণ সংঘটিত কৰি সংঘৰ্ষৰ সৃষ্টি কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰে অভিযোগ কৰি কয় যে, বৰ্তনাম ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ সকলো দিশতে ব্যৰ্থ হৈছে।

দেশত গণতান্ত্ৰিক পৰিৱেশ নাইকিয়া হোৱা বুলি দাবী কৰি মাণিক চৰকাৰে আৰু কয় যে ক’ৰ’ণাৰে মোকাবিলা কৰাৰ লগতে দেশত মূল্যবৃদ্ধি নিয়ন্ত্ৰণতো ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ।

বিজেপিৰ বিৰুদ্ধ ‘ঐক্যৱদ্ধ ফ্ৰণ্ট’ গঢ়াৰো আহ্বান জনাইছে ত্ৰিপুৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd