• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়: ছংছাক সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়োৱাৰ সম্ভাৱণা কনৰাড ছাংমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 9:24 am
Conrad-Sangma

কনৰাড কে ছাংমা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল পিপলছ পাৰ্টী চমুকৈ এনপিপিৰ মৰব্বী তথা মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী কনৰাড ছাংমাই মুখ্য মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে পিছলৈ কোনো সমষ্টিৰ পৰা বিধানসভালৈ মনোনীত হৈ আহিব লাগিব। সেয়ে ছাংমাই মেঘালয়ৰ গাৰো পাহাৰৰ ছংছাক সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়োৱাৰ সম্ভাৱণাই এতিয়া গা কৰি উঠিছে।

যোৱাটো কাৰ্যকালৰ মুখ্য মন্ত্ৰী মুকুল ছাংমাই বিগত বিধানসভা নিৰ্বাচনত ছংছাক আৰু আমপাটী এই দুটা সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা কৰি জয়লাভ কৰিছিল। সেয়ে মকুল ছাংমাই ইয়াৰে যিকোনো এটা সমষ্টিৰ পৰা পদত্যাগ কৰিব লাগিব আৰু পদত্যাগ কৰা সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। এক শুত্ৰই প্ৰকাশ কৰা অনুসৰি ছাংমাই ছংছাক বিধানসভা সমষ্টিৰ পদটো ত্যাগ কৰিব।

Apply Now

উল্লেখ্য যে ৪০ বছৰীয়া কনৰাড বৰ্তমান টুৰা লোকসভা সমষ্টিৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেওঁ ২০১৮ মেঘালয় বিধানসভা নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়োৱা নাছিল।

ইফালে দেওবাৰে সন্ধিয়া ৰাজ্যখনৰ ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাত কৰি ৩৪ জন বিধায়কৰ সমৰ্থনৰে এনপিপিৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ দাবী তোলে এনপিপিৰ নেতা কনৰাড ছাংমাই। ৰাজ্যখনত বুধবাৰে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব।

মেঘালয় বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি কংগ্ৰেছে ২১ খন আসন লাভ কৰিছে আৰু ইয়াৰ বিপৰীতে এনপিপিয়ে লাভ কৰিছে ১৯ খন আসন।

আনহাতে ইয়াৰ পূৰ্বৰ নিৰ্বাচনত এখনো আসন নোপোৱা বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত দুখন আসন লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি ইউডিপিয়ে ৬ খন আসন আৰু ইয়াৰ মিত্ৰজোঁটৰ দল এইচএছপিডিপিয়ে দুখন আসন দখল কৰে।

পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ পিডিএফে ৪ খন আসন, নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টী আৰু কেএইচএনএএম দলে একোখনকৈ আসন লাভ কৰাৰ লগতে অন্য তিনিজন নিৰ্দলীয় প্ৰাৰ্থীয়েও নিৰ্বাচনত জয়যুক্ত হয়।

উল্লেখণীয় যে যোৱা শণিবাৰে মেঘালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই বিজেপিয়ে এখন অকংগ্ৰেছী চৰকাৰ গঠন কৰাৰ স্বাৰ্থত এনপিপি আৰু ইউডিপিক মিত্ৰতা কৰিবলৈ প্ৰস্থাব আগবঢ়াই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd