• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ গুৱাহাটীত বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প

BPCL ৰ বিৰুদ্ধে পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰীক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 4, 2020 5:52 pm
858
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে পুৱা ৫ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব গুৱাহাটীৰ সকলো পেট্ৰ’ল পাম্প।

নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এশ্ব্যচিয়েশ্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই ঘোষণা কৰিছে এই কথা।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এশ্ব্যচিয়েশ্যনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে জনাইছে এই কথা।

তেওঁ কয় ‘আমাৰ এগৰাকী সদস্য তথা বেলতলা RRND চাৰ্ভিছ ষ্টেশ্যনৰ স্বত্বাধিকাৰী ইলোৰা দেৱীৰ ওপৰত BPCL য়ে মানসিক হাৰাশাস্তি চলাইছে।

এখন চুক্তি স্বাক্ষৰ কৰাৰ নামত তেওঁলোকে হাৰাশাস্তি কৰি আহিছে, যিখন চুক্তি ২০১০ চনত স্বাক্ষৰ কৰিব লাগিছিল।

২০১৪ চনত চুক্তিখন স্বাক্ষৰ কৰি ডিলাৰটোৱে BPCL লৈ পঠিয়াই দিছিল।

তেওঁলোকে সেইখনৰ প্ৰাপ্তি স্বীকাৰ কৰিছিল যদিও ২০২০ চনত সেইখন মানি ল’ব নোৱাৰো বুলি ক’লে।

BPCL য়ে কৈছে যে এখন দলিল কিনি বেক ডেটত স্বাক্ষৰ কৰি দিয়ক। ২০২০ চনৰ দলিলত ২০১০ চনৰ কথা কেনেকৈ লিখিম এয়া সম্ভৱ নহয় বুলি তেওঁ জনালে।‘

‘তেতিয়া তেওঁলোকে চুক্তিখন পুনৰ স্বাক্ষৰ নকৰিলে ডিলাৰক তেলৰ যোগান ধৰিব নোৱাৰিম বুলি ক’লে। যিহেতু বৰ্তমান চুক্তিখন স্বাক্ষৰ কৰা অৱস্থাত নাই কিয়নো আদালতো বন্ধ আছিল, কোভিদৰ যি পৰিস্থিতি হৈ আছে গতিকে তেওঁলোকে যাব নোৱাৰিম বুলি BPCL ক জনালে। তথাপি তেওঁলোকক বাধ্য কৰালে আদালতলৈ যাবলৈ আৰু চেষ্টাও কৰিলে চুক্তিখন স্বাক্ষৰ কৰিব পাৰি নেকি চেষ্টা চলালে। ইতিমধ্যে ১৫-২০ দিনৰ ভিতৰতে স্বত্বাধিকাৰী আৰু তেওঁৰ স্বামী কোভিড-১৯ পজিটিভত আক্ৰান্ত হ’ল। তেওঁলোক দুয়ো চিকিৎসাধীন হৈ আছে বৰ্তমানো। তেনেক্ষেত্ৰত কোনো সময়সীমা নিদিয়াকৈ BPCL য়ে ৩১ আগষ্টৰ পৰা তেল দিয়া বন্ধ কৰি দিলে।‘ গোস্বামীয়ে লগতে কয়।

তাৰেই প্ৰতিবাদ স্বৰুপে  সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অহা সোমবাৰৰ পৰা কামৰূপ মেট্ৰ’ আৰু গ্ৰাম্যত বন্ধ থাকিব।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd