• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বি টি এ’ ডিত চৰকাৰে ৰহস্যজনকভাৱে বাঢ়িবলৈ দিছে সাম্প্ৰদায়িক উত্তেজনা : অজনজাতীয়ৰ ভূমি অধিকাৰক লৈ উৰ্খাও গৌড়া ব্ৰহ্ম

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 5, 2018 11:56 pm
btad
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি এ’ ডিত ‘ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ বাবে বিভিন্ন মহলে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ চেষ্টা কৰিছে’  আৰু ‘চৰকাৰে ৰহস্যজনকভাৱে এই উত্তেজনা বাঢ়িবলৈ দিছে যাতে ঘোলা পানীত তেওঁলোকে মাছ ধৰিব পাৰে’ বুলি আজি সোমবাৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে য়ুনাইটে’ড পীপলছ পাৰ্টি লিবৰেল (United People’s Party Liberal)এ।

অজনজাতীয়ৰ লোকৰ ভূমি অধিকাৰক লৈ হূলস্থূল লাগি থকা সন্দৰ্ভত আজি কোকৰাঝাৰত এক সংবাদমেলত দলটোৰ নেতা উৰ্খাও গৌড়া ব্ৰহ্মই কয় যে সাম্প্ৰদায়িক বিভাজন সক্ৰিয় কৰি ৰখাৰ লক্ষ্যৰে বিভিন্ন শক্তিয়ে জনজাতীয় আৰু অজনজাতীয় ৰাইজৰ মাজত দূৰত্ব বৃদ্ধিৰ চেষ্টা কৰিছে।

Apply Now

‘বিজেপি আৰু বিপি এফ মিত্ৰ চৰকাৰে এই সমস্যা আলাপ-আলোচনাৰ মাজেৰে মোকাবিলা কৰাৰ বাবে কোনো পক্ষৰে লগত যোগাযোগ কৰা নাই’ বুলি তেওঁ অভিযোগ কৰে।

তেওঁ কয় যে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বিটিচি আইনে অজনজাতীয় লোকসকলে লাভ কৰি অহা অধিকাৰ আৰু সুবিধাসমূহৰ ক্ষতি নকৰাকৈ জনজাতীয় লোকসকলৰ ভূমি অজনজাতীয় লোকলৈ হস্তান্তৰৰ ক্ষেত্ৰত সুৰক্ষা দিছে।

বিজেপি-বিপিএফ মিত্ৰ চৰকাৰক সংবিধানপ্ৰদত্ত ষষ্ঠ অনুসূচী এলেকা সাংবিধানিক আইনক ৰক্ষা কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে আইনপ্ৰদত্ত অধিকাৰসমূহ নিশ্চিত কৰাটো সেয়ে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ যুটীয়া দায়িত্ব।

সমস্যাটোৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰে লগতে আলোচনাত বহিবলৈ তেওঁ ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনক আহ্বান জনাইছে।

বৰ্তমানৰ লোকসভা সাংসদ নৱ কুমাৰ শৰণীয়াৰ ভূমিকাক লৈও অসন্তুষ্টি প্ৰকাশ কৰি ব্ৰহ্মই কয় যে সমস্যাৰ সমাধানকাৰীৰ ভূমিকা লোৱাৰ সলনি সাংসদজনে সমস্যা সৃষ্টিকাৰীৰ ভূমিকাহে লৈছে আৰু তেওঁৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থৰ বাবে সাম্প্ৰদায়িক উত্তেজনাৰ জুইত ইন্ধন যোগাইছে।

‘জনপ্ৰতিনিধি হিচাপে শান্তি স্থাপনকাৰীৰ ভূমিকা ল’বৰ বাবে আৰু সকলো অংশৰ লোককে সমানে ব্যৱহাৰ কৰাৰ বাবে তেওঁ সাংবিধানিক আৰু আইনগতভাৱে দায়বদ্ধ’ বুলি উল্লেখ কৰি নেতাজনে শৰণীয়াৰ বৰ্তমানৰ আচৰণ ৰাজহুৱা শান্তিৰ পক্ষে সম্পূৰ্ণৰূপে প্ৰতিকূল আৰু তেওঁ ইচ্ছাকৃতভাৱে সাংবিধানিক আৰু আইনী নিৰ্দেশনা উলংঘা কৰিছে বুলি অভিযোগ তোলে।

তেওঁ বি টি এ ডি এলেকাত বাস কৰা জনজাতীয়, অজনজাতীয় সকলো লোককে ভাৰতৰ সংবিধান আৰু আইনৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাইছে আৰু তেওঁলোকৰ ভূমি অধিকাৰক লৈ ন্যস্ত স্বাৰ্থজড়িত মহলে চলোৱা ভুৱা প্ৰচাৰত ভয় নাখাবলৈ আৰু বিপথে পৰিচালিত নহ’বলৈ সকলো লোককে আহ্বান জনাইছে।

‘প্ৰকৃত পৰিৱৰ্তনৰ ৰাজনীতিক বাধা দিবৰ বাবেই এনে সাম্প্ৰদায়িক ৰাজনীতি সদায় খেলি অহা হৈছে আৰু এনে সাম্প্ৰদায়িক ৰাজনীতিয়ে শাসক পক্ষকহে গোপনে সহায় কৰে’ বুলি উল্লেখ কৰি তেওঁ ‘প্ৰকৃত পৰিৱৰ্তনৰ সংগ্ৰাম বাৰেপতি এনে সাম্প্ৰদায়িক ৰাজনীতিৰদ্বাৰা প্ৰভাৱিত হৈছে’ বুলি খেদ প্ৰকাশ কৰে।

বৰ্ণ, ধৰ্ম নিৰ্বিশেষে প্ৰত্যেক ব্যক্তিৰে সাংবিধানিক আৰু আইনী অধিকাৰসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত য়ুনাইটে’ড পীপলছ পাৰ্টি লিবৰেলৰ নিষ্ঠাৰ কথা দোহাৰি তেওঁ সকলো লোককে একেলগে কাম কৰিবলৈ আৰু অৰ্থনীতি, শিক্ষা, প্ৰশাসন আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰকৃত পৰিৱৰ্তন আনিবলৈ  আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd