• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধ্বংসস্তূপত পৰিণত আহোম ৰাজত্ব কালৰ চাৰিশ বছৰীয়া ঐতিহাসিক চামগুৰিৰ চামধৰা গড়

উপযুক্ত চৰকাৰী সংৰক্ষণর অভাৱত দিনে দিনে অৱহেলিত হৈ পৰিছে প্ৰায় চাৰিশ বছৰীয়া গড়টো

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
September 9, 2020 7:19 pm
VideoCapture_20200905-214256
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপযুক্ত চৰকাৰী সংৰক্ষণ আৰু লোক-চৰ্চাৰ অভাৱত ক্ৰমশঃ অৱহেলিত হৈ পৰিছে চামগুৰিৰ এটি আহোম যুগৰ ঐতিহাসিক গড়।

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী সদাশিৱ পাহাৰৰ পৰা উত্তৰে ব্ৰহ্মপুত্ৰ নদী পৰ্য্যন্ত সুদীৰ্ঘ অঞ্চল ব্যাপী ১৬১৬ চনত (১৫৩৮ শকত) স্বৰ্গদেউ প্ৰতাপসিংহই নিৰ্মাণ কৰা গড়টোৰ নাম চামধৰা গড়।

Apply Now

বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাই চামগুৰিৰ ৰঙাগড়াত দ্বিখণ্ডিত কৰা গড়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছিল আহোম ৰাজত্বৰ কালচোৱাত।

উল্লেখযোগ্য যে, শৰাইঘাটৰ পিছতেই আহোম সাম্ৰাজ্যৰ অন্যতম ৰক্ষাকৱচ স্বৰূপে পৰিগণিত হৈছিল অভেদ্য প্ৰাচীৰ সদৃশ চামধৰা গড়টো।

কিন্তু সম্প্ৰতি আধুনিকতাৰ হাতোৰা পৰি তথা একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবে চৰম অশনি সংকত নামি আহিছে বুৰঞ্জী প্ৰসিদ্ধ গড়টোলৈ।

লক্ষণীয়ভাৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাক চাৰিলেনযুক্ত ৰাজপথলৈ সম্প্ৰসাৰণ কৰিব লগীয়া হোৱা বাবে কিছু পৰিমাণে গড়টো সংকোচিত হোৱাৰ উপৰিও বিশেষকৈ সুদীৰ্ঘ গড়টোৰ কেইবা ঠাইটো একাংশ কাণ্ডজ্ঞানহীন লোকে বহু সময়ত ব্যক্তিগত প্ৰয়োজনৰ বাবে চলাই অহা অবৈধ খনন আৰু বেদখলৰ বাবে এতিয়া এই বিৰল ঐতিহাসিক সমলটি বিস্তৰভাবে ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে।

অসমীয়াৰ গৌৰৱ উজ্জ্বল ইতিহাস বুকুত সামৰি বিগত প্ৰায় চাৰিশ বছৰ ধৰি মধ্য অসমত মূৰ তুলি ঠিয় হৈ থকা ঐতিহাসিক চামধৰা গড়টোৰ সমীপত কেইখনমান মাত্ৰ চৰকাৰী ফলক আঁৰিয়ে অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ে দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে চামগুৰিৰ কেইবাটাও দল-সংগঠনে।

অৱশ্যে শেহতীয়াকৈ অসম বিধানসভাত গৃহীত হোৱা ঐতিহ্যক্ষেত্ৰ সংৰক্ষণ আৰু সংবৰ্ধন বিধেয়কখনৰ অধীনত ঐতিহাসিক চামধৰা গড়টোক উপযুক্ত সংৰক্ষণ তথা পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে চামগুৰিৰ বহু কেইটা দল-সংগঠনৰ নেতা-কৰ্মীয়ে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd