• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিজেপিক যদি কোনোবাই জিকাই পঠিয়াব খুজিছে তেন্তে দহটা দল গঠন কৰক’-অখিল গগৈ

‘কোনো ৰাজ্যতে এটা দল, দুটা দল বা তিনিটা দল বুলি কথা নাই, বহু দল হ’ব পাৰে’ দীপাংক নাথ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 10, 2020 2:49 pm
28304c47-5fc1-4d46-8801-4c392870bf47

অখিল গগৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিজেপিক যদি কোনোবাই ৱাক অভাৰ দিব বিচাৰিছে তেন্তে বেলেগ কথা। বিজেপিক যদি কোনোবাই জিকাই পঠিয়াব খুজিছে তেন্তে দহটা দল গঠন কৰক।‘ জিএমচিএইচত স্বাস্থ্য পৰীক্ষাৰ বাবে উপস্থিত হৈ এই মন্তব্য কৰিছে অখিল গগৈয়ে।

উল্লেখযোগ্য যে, ৭০ জাতীয় সংগঠনৰ তৰফৰ পৰা একত্ৰিত হৈ ৰাজনৈতিক দল গঠন কৰাৰ আহ্বান জনাই সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

Apply Now

পত্ৰখন লাভ কৰাৰ পাছত সদৌ আসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথক কৃষক মুক্তিৰে একত্ৰিত হৈ ৰাজনৈতিক বিকল্প গঠন নকৰিলে ভোট বিভাজন হ’ব নেকি বা ৰাইজে কাক ভোট দিব সেইটো বিপাঙত পৰি পুনৰ এবাৰ বিজেপিকে চৰকাৰ গঠনৰ সুযোগ দিয়া হ’ব নেকি বুলি সংবাদমেলত সাংবাদিকে প্ৰশ্ন কৰিছিল।

উত্তৰত দীপাংক নাথে কয়, ‘মানুহভেদে দৃষ্টিভংগী বেলেগ বেলেগ। কোনো ৰাজ্যতে এটা দল, দুটা দল বা তিনিটা দল বুলি কথা নাই, বহু দল হ’ব পাৰে। মানুহে নিজৰ দৃষ্টিভংগী লৈ আগবাঢ়ি যাব পাৰে। আদৰ্শ বা পন্থা লৈ আগবাঢ়ি যাব পাৰে। দল গঠন হ’লেহে ক্ষমতা কেনেকৈ হস্তগত কৰিব সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰিব। আমি অৰাজনৈতিক সংগঠন, কিন্তু ৰাজনৈতিকভাৱে আদৰ্শ থাকিব পাৰে আৰু সেইদৰে আগবাঢ়ি যাম।‘

আছুৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ পাছতেই পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে।

তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘বিজেপিক প্ৰতিহত কৰিব খুজিলে সকলো একেলগ হ’ব লাগিব তথা সকলো অজুহাতেই এৰি দিব লাগিব।‘

‘কোনোবাই কৈ আছে যে মতাদৰ্শৰ প্ৰশ্ন, কোনোবাই কৈ আছে যে কৰ্ম পন্থা বেলেগ। এটা ৰাজনৈতিক দল হ’লে এখন সংবিধান আৰু এখন কৰ্মসুচী থাকিব সেই মতৰেই আগবাঢ়ি যাব লাগিব।‘ গগৈয়ে লগতে কয়।

অখিল গগৈৰ প্ৰশ্ন ‘সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একেলগ হ’ব লাগে?’

অৱশ্যে, সকলো একেলগ হ’ব আৰু সকলোৱে বিজেপিক প্ৰতিহত কৰিব বুলি কৃষক নেতাগৰাকীয়ে আশ্বাস দিয়ে।

তেওঁ লগতে কয়, ‘এটা সাম্প্ৰদায়িক ফেচিবাদক কেৱল জাতীয়তাবাদেহে প্ৰতিহত কৰিব পাৰিব। সেইকাৰণে বাৰম্বাৰ কৈছো সকলো ঐক্যবদ্ধ হ’ব লাগে। কিন্তু মানুহবিলাকৰ কথাবিলাক দেখিছে যে বেকা-বেকি।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd