• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত ৯৬ গৰাকী হিতাধিকাৰীৰ মাজত ঋণ বিতৰণ

জিলা প্ৰশাসনৰ সহযোগত বেংক প্ৰবন্ধকৰ উদ্যোগ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 10, 2020 6:17 pm
IMG202009101153
292
VIEWS
Share on FacebookShare on Twitter

 বিশ্বনাথ জিলাৰ শিক্ষিত আৰু কৰ্মুখী লোক সকলক স্ব-নিয়োজন আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিশ্বনাথৰ জিলা বেংক প্ৰবন্ধকৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত জিলাখনত এলানি ঋণ মেলাৰ আয়োজন কৰা হৈছে।

জিলাখনৰ বিভিন্ন স্হানত ৪ দিনীয়াকৈ অনুষ্ঠিত হব লগা এই ঋণ মেলাৰ আজি বিশ্বনাথ চাৰিআলিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়।

আজি দিনৰ ১১ বজাত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ সন্মিলন কক্ষত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ট্ৰিপুৰেন্দ্ৰ পাটৰ, অগ্ৰনী জিলা প্ৰবন্ধক কৃষ্ণ ভৌমিকৰ লগতে বিশ্বনাথৰ বেংক প্ৰবন্ধক সমুহৰ উপস্থিতিত এই ঋণ মেলাখনি অনুষ্ঠিত হয়।

আজিৰ এই ঋণ মেলাত কৃষি ঋণ, আত্ম সহায়ক গোটৰ ঋণ, মুদ্ৰা ঋণ, হস্ততাঁত ঋণ, মীন পালন, ব্ৰইলাৰ পামৰ ঋণ আৰু দুগ্ধ তথা দুগ্ধজাত সামগ্ৰী উৎপাদনৰ লগত জড়িত কৃষককে ধৰি মুঠ ৯৬ গৰাকী হিতাধিকাৰীৰ মাজত মুঠ ২ কোটি ২৪ লাখ ৪৩ হাজাৰ আঠশ টকাৰ ঋণ প্ৰদান কৰা হয়।

ঊল্লেখযোগ্য যে ১১ ছেপ্তেম্বৰত দিনৰ ১১ বজাত বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত, ১৪ ছেপ্তেম্বৰত ১১ বজাত চতিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আৰু ১৫ ছেপ্তেম্বৰত ১১ বজাত জিলাখনৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ মহাবিদ্যালয়ত পৰৱৰ্তী ঋণ মেলাসমুহ অনুষ্ঠিত হব।

উক্ত দিন বোৰত সংশ্লিষ্ট এলেকাৰ নিৰ্বাচিত হিতাধিকাৰী সকলৰ মাজত ঋণ প্ৰদান কৰা হব বুলি  জিলা প্ৰবন্ধক গৰাকীয়ে জানিবলৈ দিছে।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd