• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্রেছৰ সংকটমোচনৰ বাবে ছোনিয়া গান্ধীৰ ছয় জনীয়া বিশেষ সমিতি! সম্ভৱ হ’বনে উত্থান?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2020 9:48 am
Sonia gandhi

ছোনিয়া গান্ধী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে দলৰ ব্যাপক সাংগঠিক পৰিৱৰ্তন ঘটায়।

ছোনিয়া গান্ধীয়ে গোলাম নবী আজাদ, মতিলাল ভোহৰা, অম্বিকা ছোনি, মল্লিকাৰ্জুন খাৰ্গেক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মহাসচিব পদৰ পৰা অঁতৰাই কংগ্ৰেছ ৱৰ্কিং কমিটিৰ পুনৰ্গঠন কৰে।

Apply Now

তদুপৰি, পি চিদাম্বৰম, ৰণদীপ সুৰজেৱালা, তাৰিক আনৱাৰ আৰু জিতেন্দ্ৰ সিঙক চি ডব্লিউ চিত নিযুক্তি দিয়া হৈছে।

ছোনিয়া গান্ধীয়ে সাংগঠনিক বিষয়ত সহায় কৰাৰ বাবে এখন ছয়জনীয়া সদস্যৰ বিশেষ সমিতিৰো গঠন কৰে।

আনহাতে, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী সমিতিখনৰো পুনৰ্গঠন কৰা হৈছে। মধুসূদন মিস্ত্ৰীক ইয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

ইয়াৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে ৰাজেশ মিশ্ৰ, কৃষ্ণা আয়াৰ গৌড়া, এছ জতিমানি আৰু অৰবিন্দৰ সিং লাভলীক।

উল্লেখ্য যে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়েহে পৰৱৰ্তী কংগ্ৰেছ অধ্যক্ষ নিৰ্বাচন কৰিব।

এ কে এন্টনি, আহমেদ পেটেল, অম্বিকা ছোনি, কে চি বেনুগোপাল, মুকুল ৱাচনিক আৰু ৰণদীপ সুৰজেৱালা বিশেষ সমিতিৰ সদস্য হ’ব।

বিশেষ সমিতিৰ ছয়গৰাকী সদস্যই সাংগঠনিক তথা পৰিচালনাৰ বিষয়ত ছোনিয়া গান্ধীক সহায় কৰিব।

কংগ্ৰেছৰ এই সাংগঠনিক সাল-সলনিত ৰাহুল গান্ধীৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে। পৰিৱৰ্তনৰ পাছত অধিকাংশ নতুন সচিবেই ৰাহুলৰ সহযোগী হিচাপে পৰিচিত।

ইয়াৰ ভিতৰত মহাসচিব সুৰজেৱালা, অজয় মাকন, জিতেন্দ্ৰ সিং আৰু কে চি বেনুগোপালো আছে।

কংগ্ৰেছৰ এই ব্যাপক সাল-সলনিৰ পাছত দলটোৰ উত্থান সম্ভৱ হ’বনে? এই প্ৰশ্নটোৰ সৈতে দলটোৰ অসন্তুষ্ট নেতাসকলৰ মানসিক স্থিতিৰ দিশটো গুৰুত্বপূৰ্ণ হৈ পৰিছে।

নিজকে দলত এলাগী বুলি জ্ঞান কৰি যদি তেওঁলোকে পুনৰ বিদ্ৰোহৰ পাতনি নেমেলে তেতিয়াহ’লে দেশৰ ৰাজনীতিৰ পৰিৱৰ্তিত পৰিস্থিতিত কংগ্ৰেছে সুযোগ গ্ৰহণ কৰাৰ অৱকাশ অৱশ্যে আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd