• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আশাৰ পোহৰ: ভাৰত বায়’টেকৰ ভেকচিন COVAXINৰ জন্তুৰ ওপৰত চলোৱা পৰীক্ষণ সফল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2020 11:44 am
WhatsApp Image 2020-09-12 at 11.05.41 AM
518
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে ভাৰতীয় ভেকচিনকলৈ এটা ভাল খৱৰ আহিছে। হায়দৰাবাদৰ ভাৰত বায়’টেক কোম্পানীৰ ভেকচিনে দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েলৰ বাবে অনুমোদন লাভ কৰিছে।

কোম্পানীটোৱে দাবী কৰিছে যে জন্তুৰ ওপৰত ইয়াৰ ভেকচিন COVAXINৰ ট্ৰায়েল সফল হৈছে।

কোম্পানীটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বান্দৰৰ চাৰিটা গ্ৰুপৰ ওপৰত ভেকচিনটোৰ পৰীক্ষা চলোৱা হয়।

পৰীক্ষণৰ সময়ত SARS-CoV-2 ভেকচিনৰ দুটা ড’জ দিয়া হয় আৰু ইয়াৰ পৰ্যবেক্ষণ কৰা হয়। এটা গ্ৰুপৰ প্লেছব’ৰ সৈতে চোৱাচিতা কৰা হৈছিল আৰু বাকী তিনিটা গ্ৰুপক ১৪ দিনত তিনিটা বেলেগ বেলেগ ভেকচিন দিয়া হৈছিল।

১৪দিনৰ পাছত সিঁহতক ভেকচিনৰ দ্বিতীয়টো ড’জ দিয়া হয়। ভেকচিনৰ বাবে ইয়াৰ ওপৰত পৰীক্ষণৰ সময়ছোৱাত কৰ’না ভাইৰাছ প্ৰভাৱহীন হৈ পৰে।

ফলাফল চাই দেখা গৈছে যে যিকেইটা বান্দৰক ভেকচিন দিয়া হৈছে সিঁহতৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে।

ভেকচিন প্ৰয়োগ কৰা বান্দৰকেইটাৰ হিষ্টোপেথ’লজিকেল টেষ্টত নিমোনিয়াৰ কোনো প্ৰমান দেখা নগ’ল। মুঠতে এই ভেকচিন ভাইৰাছটোৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত কাৰ্যকৰী দেখা গৈছে।

আইচিএমআৰৰ তথ্য মতে ভাৰতত কৰ’নাৰ তিনিটা ভেকচিনৰ ট্ৰায়েল চলি আছে। ছেৰাম ইনষ্টিটিউটৰ ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ টেষ্ট চলি আছে।

সেইদৰে ভাৰত বায়’টেকৰ দ্বিতীয় পৰ্যায়ৰ টেষ্ট আৰম্ভ হ’ব আৰু জেডছ কেডিলাৰ ভেকচিনৰ দ্বিতীয় পৰ্যায়ত ৫০জন লোকৰ ওপৰত টেষ্ট সম্পূৰ্ণ হৈছে।

আনহাতে, পুনেৰ ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই অক্সফ’ৰ্ডৰ কৰ’না ভাইৰাছৰ ভেকচিনৰ ট্ৰায়েল বন্ধ ৰাখিছে। ডিচিজিআইৰ পৰৱৰ্তী নিৰ্দেশ পোৱাৰ পাছতহে ইয়াৰ ট্ৰায়েল আৰম্ভ হ’ব।

Tags: COVID-19

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd