• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ অনুৰোধত কংগনা ৰাণাৱটক প্ৰদান কৰা হৈছিল y+ নিৰাপত্তা? খোলোচা কৰিলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2020 4:18 pm
kan
743
VIEWS
Share on FacebookShare on Twitter

সুশান্ত ৰাজপুতৰ আত্মহত্যাৰ ঘটনাকলৈ মন্তব্য কৰি শিৱসেনাৰ ৰোষত পৰা বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক y+  নিৰাপত্তা প্ৰদানকলৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

তৃণমূল কংগ্ৰেছৰ সাংসদ  মহুৱা মৈত্রই কংগনাক y+  নিৰাপত্তা প্ৰদান কৰাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰিছিল।

তেওঁ কৈছিল যে যিটো সময়ত দেশৰ প্ৰতি ১ লাখ লোকৰ বিপৰীতে মাত্ৰ ১৩৪ গৰাকী আৰক্ষী নিয়োগ কৰা হৈছে সেই সময়তে টুইটাৰত কিবা কিবি লিখি থকা লোকক y+  নিৰাপত্তা দিয়াটো কোনো পধ্যে মানি ল’ব পৰা কথা নহয়।

আন বহুতেও চৰকাৰে কংগনাক y+  নিৰাপত্তা প্ৰদান কৰাৰ বিষয়টোক চোকা ভাষাৰে সমালোচনা কৰিছিল।

এনে প্ৰতিক্ৰিয়াৰ মাজতে আজি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিষাণ ৰমেশে কয় যে কংগনাৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰা বুলি অভিনেত্ৰী গৰাকীৰ পিতৃয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰক লিখিত ভাবে জনাইছিল আৰু পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল।

কংগনাৰ পিতৃৰ অনুৰোধৰ বিষয়ে হিমাচল প্ৰদেশৰ চৰকাৰে কেন্দ্ৰক জনাইছিল আৰু কেন্দ্ৰই পৰিস্থিতি পৰ্যালোচনা কৰি কংগনাক y+  নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত লৈছিল।

এইক্ষেত্ৰত আন কোনো ৰাজনীতি নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

উল্লেখ্য শিৱসেনাৰ প্ৰতিবাদৰ মাজতে ৯ ছেপ্তেম্বৰত কংগনাই মুম্বাইত উপস্থিত হৈছিল।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd