• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড যুদ্ধৰ আন এক দৃশ্য : কোভিড যোদ্ধাৰ বিলৈ!; তিনিজনক খাবলৈ দিয়া হয় এটা কণী!

নৰ্থ ইষ্ট নাওৰ কেমেৰাৰ আগত বিস্ফোৰক অভিযোগ কোভিড ৰোগীৰ মৃতদেহ কঢ়িওৱা লোকৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 13, 2020 7:45 pm
467
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা লোকৰ সংখ্যা যিমানেই বৃদ্ধি পাইছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে মৃতদেহ কঢ়িয়াই অনা লোকৰ।

এগৰাকী কোভিড যোদ্ধা হিচাপে এওঁলোকৰো অৱদান অনস্বীকাৰ্য। উপযুক্ত তথা সু-স্বাদু খাদ্য লাভ কৰাৰ অধিকাৰ এইসকলৰো আছে।

কিন্তু নৰ্থ ইষ্ট নাওৰ কেমেৰাৰ সন্মুখত নাম প্ৰকাশত অনিশ্চুক এজন কোভিড যোদ্ধাৰ বিস্ফোৰক অভিযোগ তেওঁলোকক মাছ-মাংস খাবলৈ দিয়াতো বাদেই তিনিগৰাকীৰ মাজত এটা কণী ভাগ কৰি খাবলৈ দিয়া হয়।

‘আমি যিখন হোটেলত আছো, খাদ্য দিয়াৰ নিয়ম নীতিখিনি ঠিকেই আছে যদিও তৃপ্তি বা সা-সুবিধা সেইবোৰ নাথাকে। এদিনো মাছ-মাংস নিদিলে। কেতিয়াবা কণী এটা তিনিভাগ কৰি তিনিজনক দিয়া হয়।’ উলুবাৰী শ্মশানলৈ কোভিড ৰোগীৰ মৃতদেহ কঢ়িয়াই অনা এজন লোকে এইদৰে কয়।

তেওঁ আৰু কয় ‘আমি কষ্ট কৰা অনুপাতে খাদ্য পোৱা নাই। ইমানখিনি কষ্ট কৰি আছো সপ্তাহত কমেও তিনিদিন মাছ নাইবা মাংস পাব লাগিছিল যদি এদিনো পোৱা নাই।’

কোভিড যুদ্ধখনত নিজকে নিয়োগ কৰি পৰিয়ালৰ লোকৰ পৰা দীৰ্ঘদিনে বিচ্ছিন্ন হৈ থকা এইসকল লোকে ন্যূনতম যি খোৱা-বোৱাৰ সুবিধা সেয়া লাভ কৰিব লাগিছিল তথা এয়া লাভ কৰাটো এওঁলোকৰ অধিকাৰ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই।

তেওঁ কয় ‘কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে যি নিৰ্দেশনা দিছে যে প্ৰতিজন ৰোগী আৰু চিকিৎসক, নাৰ্ছ বা কোভিডৰ কৰ্তব্য কৰা সকলো লোকক স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব লাগিব। তেওঁলোকৰ খাদ্যত প্ৰটিন থাকিব লাগিব বা যিখিনি ভিটামিনৰ প্ৰয়োজন সেইখিনি থাকিব লাগিব।’

‘যেতিয়া চৰকাৰেই খাদ্য যোগানৰ পৰা আৰম্ভ কৰি সমগ্ৰ কোভিড প্ৰক্ৰিয়াটো চোৱা-চিতা কৰি আছে গতিকে স্বাস্থ্যসন্মত খাদ্য সামগ্ৰী যোগান ধৰিব লাগে। মৃতদেহ কঢ়িয়াই অনা লোকসকল আগশাৰীৰ কোভিদ যোদ্ধা। চৰকাৰে নিয়ম মতে এইসকলক খাদ্যৰ যোগান ধৰিব লাগে।’ শইকীয়াই লগতে কয়।

চৰকাৰে যদি এটা কণী তিনিভাগ কৰি এইসকল কোভিড যোদ্ধাক দিছে তেন্তে নিশ্চয়কৈ তেওঁলোকৰ অধিকাৰ খৰ্ব হোৱা বুলি দাবী কৰে শইকীয়াই।

তেওঁ লগতে কয় ‘এনেধৰণৰ সৰু সৰু কথাবোৰৰ পৰাই মানৱ অধিকাৰ খৰ্ব হয়। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিবোৰ আহ্বান দি থাকে, কি আহ্বান দি কথা কৈ থকাতকৈ কাম কৰি কৰিছে বা আদৰ্শ কি দেখুৱাইছে সেইটোহে আচল নমুনা হোৱা উচিত।’

Tags: COVID-19

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd