• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এল: ডুপ্লেছি, ৰায়ড়ুৰ বেটিং পৰাক্ৰমেৰে মুম্বাইক পাঁচ উইকেটত হৰুৱালে চেন্নাইয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2020 6:50 am
WhatsApp Image 2020-09-20 at 6.22.07 AM

চেন্নাইৰ ৰায়ডুৰ বেটিঙৰ মুহূৰ্ত। ফটো সৌজন্য: বিচিচিআই

384
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে খেলোৱা আই পি এলৰ মেচখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰি চেন্নাইয়ে মুম্বাইক ১৬২ৰাণত ইনিংছ সামৰিবলৈ বাধ্য কৰে।

বেটিং কৰিবলৈ লৈ প্ৰথমতে চেন্নাই ছুপাৰ কিংছক শলঠেকত পেলাইছিল মুম্বাই ইণ্ডিয়ানছে। কিন্তু অৱশেষত ৰায়ড়ুৰ ৪৮ আৰু ডুপ্লেছিৰ ৫৮ৰাণৰ সহায়ত চেন্নাইয়ে সহজ বিজয় সাৱ্যস্ত কৰে।

তুলনামূলকভাৱে মেচখনত চেন্নাইৰ বেটিং মুম্বাইতকৈ অধিক উন্নত আছিল। ফলত প্ৰথম মেচখনত বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয় চেন্নাই।

মুম্বাইয়ে বেটিঙত ভাল আৰম্ভণি কৰিলেও মিডল অৰ্ডাৰৰ ব্যৰ্থতাৰ বাবে বেছি ৰাণৰ লক্ষ্য বান্ধি দিয়াত ব্যৰ্থ হয় দলটো।

মুম্বাইয়ে ৯টা উইকেট হেৰুৱাই ১৬২ৰাণহে কৰিবলৈ সক্ষম হয়।

আনহাতে, প্ৰথম দুটা উইকেট হেৰুৱালেও ডুপ্লেছি আৰু ৰায়ডুৰ বেটিঙৰ সহায়ত চেন্নাইয়ে সহজ বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয়।

মেচত কাৰেনক নমোৱাটো ধোনীৰ মাষ্টাৰষ্ট্ৰোক হিচাপে বিবেচিত হয়। কিন্তু ধোনীৰ বেটিং বিক্ৰম চাব বিচৰাসকল কিছু হতাশ হয়। ধোনীয়ে কোনো ৰাণ নকৰাকৈ নট আউট থাকে।

পৰৱৰ্তী মেচসমূহত চেন্নাইক ইয়াৰ টপ অৰ্ডাৰৰ ফৰ্মে চিন্তাত ৰাখিব পাৰে। আনহাতে, মুম্বাইৰ বলিং আছিল একেবাৰে চোকহীন।

চেন্নাইয়ে ১৯.২ অভাৰত বিজয় সাৱ্যস্ত কৰে। উল্লেখ্য যে পাঁচবাৰ একেৰাহে পৰাজিত হোৱাৰ পাছত এইবাৰ মুম্বাইক পৰাজিত কৰিলে চেন্নাইয়ে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd