• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক কমতাপুৰৰ দাবীৰে কলিয়াবৰত কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিপুল প্ৰতিবাদ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
September 23, 2020 4:57 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ লগতে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ বিষয়ববীয়া সকলে আজি কলিয়াবৰ মহকুমাৰ সন্মুখত ১১ বজাৰ পৰা ২ বজালৈ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দিয়াৰ লগতে আগন্তুক ২০২১ ৰ নিৰ্বাচনৰ আগতে কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

Apply Now

কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ দাবী অনুসৰি ৰাজ্যৰ উন্নয়ন সাধন কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰখনে ঘৰীয়ালৰ চকুপানী টুকি সদ্যসমাপ্ত বর্ষাকালীন অধিবেশনত কোঁচ ৰাজবংশী সকলক যি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়ক গৃহীত কৰিলে তাক মানি লব পৰা নাই সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই ৷

সমগ্ৰ অসমৰ কোঁচ-ৰাজবংশী সকলক এলাগী কৰি মাত্ৰ চাৰি খন জিলাৰ কিছু অংশলৈ পৰিষদ গঠন কৰি কোঁচ-ৰাজবংশী সকলক বিভাজন কৰাৰ অভিযোগ সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ।

আনহাতে, কোঁচ-ৰাজবংশী সকলৰ এইসমূহ দাবী প্ৰতি যদি চৰকাৰে কোনোধৰণৰ সন্মতি নজনাই তেন্তে আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। লগতে আগন্তুক ২১ৰ নিৰ্বাচনৰ আগত যদিহে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ লগতে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠন নকৰে তেন্তে ইয়াৰ প্ৰত্যুত্তৰ ২০২১ ৰ নিৰ্বাচনত বিজেপি চৰকাৰে নিশ্চয় পাব বুলি মত প্ৰকাশ কৰে কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয় ববীয়াই।

তদুপৰি, কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ এই প্ৰতিবাদৰ সমৰ্থন জনাই কলিয়াবৰৰ কেইবাগৰাকীও সমাজ সেৱক তথা কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰি কোঁচ ৰাজবংশী সকলৰ বিভিন্ন দাবীৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে।

ইয়াৰ ভিতৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মেঘনাথ ছেত্ৰী, অসম প্ৰদেশ কৃষাণ কংগ্ৰেছৰ অধ্যক্ষ সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ , কংগ্ৰেছ কৰ্মী প্ৰশান্ত শইকীয়া , প্ৰদীপ বৰুৱা ,যতীন বৰাই অন্যতম।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd