• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ লিডুত অনলাইন ডাবোল গুটি চক্ৰৰ ধৃত ৬ জনক জেল হাজোতলৈ প্ৰেৰণ

আৰক্ষীক প্ৰশংসা সচেতন ৰাইজৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 4, 2020 7:42 pm
a margherita
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
সংবাদ মাধ্যমৰ বাতৰি সত্যতা প্ৰমাণ কৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অব্যাহত থকা অনলাইন ডাবোল গুটি জুৱাৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ নৱনিযুক্ত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পোনা গগৈ আৰু নৱ নিযুক্ত মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ নেতৃত্বত চলোৱা এক অভিযানত ডাবলগুটি জুৱা চক্ৰটোৰ ছজনকৈ লোকক আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত দীৰ্ঘদিনৰ পৰা ডাবোলগুটি সদৃশ তীৰ খেল অনলাইন যোগে নিতৌ খেলোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়ত সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছতে মাৰ্ঘেৰিটা আৰক্ষীয়ে শামুকজান কালিবাৰী এলেকাত সুনন্দ গগৈৰ নামৰ ব্যক্তিজনৰ ভাৰা ঘৰত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই অনলাইন জুৱাৰ এই চক্ৰটোৰ ৬জনক আটক কৰিবলৈ সক্ষম হয়।

অন্যহাতে কিছুদিন পূৰ্বে এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাত অনলাইনত জুৱা খেলোৱাৰ চক্ৰটোৰ দুইএকে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এনে বাতৰি প্ৰকাশৰ পৰা বিৰত থাকিবলৈ সাংবাদিকক ভাবুকি প্ৰদান কৰিছিল।

Apply Now

ইয়াৰ পাছতেই আৰক্ষীয়ে জুৱা চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চল বৰগোলাই, শামুকজান, টিকক, চীনাবস্তি, লিডু, মোলাং, ৰোডগাওঁ‌, ইটাখোলা, টিৰাপ কলিয়ৰী আদি অঞ্চলত ব্যাপক হাৰত একাংশ এজেণ্টৰ দ্বাৰা অনলাইন ডাবল গুটি তীৰ খেলৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

প্ৰতিদিনে ২০ লাখৰো অধিক টকাৰ জুৱা খেল অহাৰো অভিযোগ উত্থাপন হৈছিল। আনকি শ্বিলং তীৰ, ভূটান তীৰ আদিৰ নামত নিতৌ লাখ লাখ টকাৰ লেনদেন হোৱাৰ এক  অভিযোগ উঠিছিল।

এনে এক অভিযোগৰ ভিত্তিতে মাৰ্ঘেৰিটা আৰক্ষী অতৰ্কিতে অভিযান চলাই লিডু শামকুজান কালীবাৰীৰ অভিযান চলাই ছজনকৈ জুৱাৰীক আটক কৰাৰ লগতে ৬০ জোৰা তাচপাত, ছটা মবাইল, দুখন নোটবুক জব্দ কৰে। ধৃত কেইজন ক্ৰমে গণেশ বৰুৱা (মাৰ্ঘেৰিটা), সুপ্ৰতিম ভট্টাচাৰ্যী ( লিডু), ৰাজেন দাস (লিডু টিৰাপ গাওঁ), চুইট ৰাজকোঁৱৰ (নামৰূপ ৰঙাপাৰা),

মজিবুৰ ৰহমান বৰা (নামৰূপ দলং গাওঁ), পৰাগ গগৈ (নামৰূপ ৰঙামাটি )।

আজি কেউজনকে মাৰ্ঘেৰিটা থানাৰ ২৯১/২০২০ নম্বৰৰ এক গোচৰৰ ভিত্তিত ন্যায়িক আদালতত হাজিৰ কৰোৱাই জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

অন্যহাতে এই অভিযানৰ পাছতো মাৰ্ঘেৰিটা আৰক্ষীয়ে এনে চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি মহকুমা আৰক্ষী বিষয়া পোনা গগৈয়ে  জানিবলৈ দিয়ে।

মাৰ্ঘেৰিটাৰ নৱ নিযুক্ত দুগৰাকী আৰক্ষী বিষয়াৰ এনে পদেক্ষেপক মাৰ্ঘেৰিটাৰ সচেতন মহলে প্ৰশংসা কৰিছে। কিন্তু অতি কৌশলেৰে খেলোওৱা এই অনলাইন জুৱা মাৰ্ঘেৰিটাৰ পৰা সম্পূৰ্ণ পুলিয়ে পোখাই উৎখাত কৰিবলৈ সক্ষম হ’ব নাই সেইয়া অতি লক্ষণীয় হ’ব।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd