• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গণধৰ্ষণ কৰি হত্যা নাবালিকাক! : স্বাস্থ্য পৰীক্ষাৰ বাবে গাঁতৰ পৰা মৃতদেহ খান্দি উলিয়ালে আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2020 7:29 pm
_bd79967c-0d52-11eb-ad65-9c86ef2154a5
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ হাথৰাছৰ গণধৰ্ষণ কাণ্ডৰ দেশজোৰা কঁপনি স্তিমিত নৌহওঁতে দেশত সংঘটিত ইটোৰ পিছত সিটো ধৰ্ষণ কাণ্ডৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি আহিছে।

এইবাৰ ঝাৰখণ্ডৰ এগৰাকী নাবালিকাক গণধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে খোদ আৰক্ষীয়ে।

Apply Now

ইতিমধ্যে আৰক্ষীয়ে নমুমা পৰীক্ষাৰ বাবে নাবালিকাৰ মৃতদেহটো গাঁতৰ পৰা খান্দি উলিয়াইছে।

জানিব পৰা মতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাও সম্পন্ন কৰা হ’ব।

সোমবাৰে সন্ধিয়া চ’ছিয়েল মিডিয়াৰ জৰিয়তে খবৰ লাভ কৰি আৰক্ষীয়ে ঝাৰখণ্ডৰ চাহিবগঞ্জ জিলাৰ ৰাংগা আৰক্ষী থানাৰ অন্তৰ্গত পাঠনা গাঁৱত স্বজমিন তদন্তৰ বাবে উপস্থিত হোৱাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

আৰক্ষীয়ে সদৰী কৰা মতে নাবালিকা গৰাকীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা নাছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি যোৱা বুধবাৰে এগৰাকী বান্ধৱীৰ সৈতে নাবালিকা গৰাকী ঘৰৰ পৰা উলাই গৈছিল।

“বান্ধৱী গৰাকীয়ে কোৱা মতে দুয়োজনী বান্ধীয়ে তেওঁলোকৰ প্ৰেমিকক লগ কৰিবলৈ ঘৰ পৰা বুধবাৰে উলাই গৈছিল। সিহঁতে শুকুৰবাৰে ৰাতি যেতিয়া ওভতি আহিছিল তেতিয়া তেওঁলোকৰ গাঁৱৰে পাঁচজন যুৱকে এই অপৰাধটো সংঘটিত কৰে। নাবালিকা গৰাকী মৃতদেহটো শনিবাৰে উদ্ধাৰ হয় আৰু দেওবাৰে পৰিয়ালৰ লোকে সৎকাৰ কৰে।” চাহিবগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক অনুৰঞ্জন কিছপ’ট্টাই সংবাদ মাধ্যমক কয়।

ঘটনাটো পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ে মৃত নাবালিকা গৰাকীৰ বান্ধৱীৰ জবানবন্দীৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি চাৰিজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

“বান্ধৱী গৰাকীৰ জবানবন্দীৰ ভিত্তিত আমি গাঁৱৰ চাৰিজন যুৱকক ঘটনাৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছো। মেডিকেল ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” উপ-সংমণ্ডল আৰক্ষী বিষয়া পিকে মিশ্ৰই সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষী বিষয়া মিশ্ৰৰ মতে নাবালিকা গৰাকীৰ পিতৃ-মাতৃয়ে বুধবাৰে নিজ কন্যাগৰাকী ক’লৈ গৈছিল আৰু ক’ত আছিল সেই বিষয়ে জ্ঞাত নাছিল।

ইফালে বিজেপিৰ বিধায়নী দলৰ নেতা বাবুলাল মাৰাণ্ডীয়ে নাবালিকা গৰাকীৰ মাতৃয়ে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰিবলৈ গৈছিল যদিও আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

“নাবালিকা গৰাকীৰ মাতৃয়ে ৰাংগা আৰক্ষী থানাত অভিযোগ দাখিল কৰিবলৈ গৈছিল, কিন্তু আৰক্ষীয়ে বিষয়টো পঞ্চায়তত মীমাংসা কৰিবলৈ পৰামৰ্শ দি মাতৃক গৰাকীক ওভতাই পঠাইছিল।” মাৰাণ্ডীয়ে অভিযোগ কৰি কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd