• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিয়ে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত ৰাভা হাছঙত পুনৰ আৰম্ভ আন্দোলন

'ৰাভা জনগোষ্ঠীৰ বাবে কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰখন দহ গুণ অধিক ক্ষতিকাৰক'

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 16, 2020 2:48 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ আন্দোলন আৰম্ভ কৰিছে ৰাভা জাতীয় সংগঠনে। ছয় ৰাভা জাতীয় সংগঠনৰ আহ্বানত আৰু দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত দুধনৈ জনমন্দিৰ প্ৰাংগণত অনুষ্ঠিত জনজাগৰণ সভাৰে আৰম্ভ হয় এই আন্দোলন।

সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক শ্যামজিত ৰাভাই ভাষণত কয়, ‘ৰাভা জনগোষ্ঠীৰ বাবে কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰখন দহগুণ অধিক ক্ষতিকাৰক তথা ভয়ানক’।

Apply Now

ছাত্ৰ নেতা গৰাকীয়ে লগতে কয় যে, প্ৰতিশ্ৰুতি অনুসৰি শাসনাধীষ্ঠ বিজেপি মিত্ৰজোঁট তথা সৰ্বানন্দ সোণোৱাল নেতৃতাধীন চৰকাৰখনে ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱকেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে।

ৰাভা জাতিটোক চৰকাৰে প্ৰতাৰণা, প্ৰৱঞ্চনা কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে ছয় ৰাভা জাতীয় সংগঠনে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ বিৰুদ্ধে পোন্ধৰ অক্টোবৰৰ পৰা তিনি নৱেম্বৰলৈ জনজাগৰণ সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰিব বুলি জনায়।

সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই উপস্থিত থাকি কয়, ‘ৰাভা জাতিৰ ইছ্যু লৈ, ৰাভা হাছং পৰিষদখনক লৈ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ আন্দোলনক লৈ কোনো বিজেপিৰ কৰ্ম-কৰ্তাই যদি ষড়যন্ত্ৰত লিপ্ত হয়, তেন্তে তাৰ পৰিণাম অতি ভয়াৱহ হ’ব’।

‘যদি ৰাভা হাছং পৰিষদখনক বিজেপিকৰণ কৰিব খুজিছে, তেতিয়া হ’লে ৰাভাসকলক পৃথক ৰাজ্য দিয়ক, ৰাভা জনগোষ্ঠীয়ে ইচ্ছা কৰিলে ২৪ ঘন্টাত বিধায়ক জিকাবও পাৰে হৰুৱাবও পাৰে। ৰাভা হাছং এলেকাত যি সকল ৰাভা জনগোষ্ঠীৰ লোকে বিজেপি কৰি আছে, সেইসকলে বিজেপি কৰা বন্ধ কৰি দিব লাগে’ বুলিও ৰাভাই কয় ৷

বিজেপিৰ আই টি চেলকো তীব্ৰ সমালোচনা কৰি টংকেশ্বৰ ৰাভাই কয়, ‘ৰাভা হাছং তথা ৰাভা জনগোষ্ঠীৰ বিৰুদ্ধে একো নজনাকৈ, ইতিহাস নজনাকৈ যাতে কোনো মন্তব্য নকৰে, নহ’লে পৰিনাম ভয়ানক হ’ব ৷

ইফালে বৰ্তমানৰ দুধনৈ বিধানসভাৰ বিজেপি বিধায়ক দীপক ৰাভা সন্দৰ্ভত আৰছুৰ সম্পাদক শ্যামজিত ৰাভাই কয়, ‘বৰ্তমানৰ বিজেপি বিধায়ক দীপক কুমাৰ ৰাভাই জাতিৰ হৈ আজি মাত মাতিব পৰা নাই সেয়ে তেখেতৰ ওপৰত আৰছুৰ আস্থা নাই, যাৰ বাবে অহা নিৰ্বাচনত এজন নিকা আৰু বলিষ্ঠ কণ্ঠৰে ৰাভা জাতিৰ হৈ চৰকাৰৰ সমুখত মাত মাতিব পৰা ব্যক্তিক বিধায়ক হিচাপে বিধানসভালৈ পঠিওৱাৰ কথা চিন্তা কৰা হ’ব’।

হিমন্ত বিশ্ব শৰ্মাই অহা নিৰ্বাচন যি সভ্যতাৰ যুঁজ আখ্যা দিছে সেই সন্দৰ্ভতো টংকেশ্বৰ ৰাভাই মন্তব্য কৰে- ৰাভা সকলে একো নাজানে, ষষ্ঠ অনুসূচী দিয়ক তেতিয়াহে ৰাভা সকলোৰ সভ্যতা বাচিব, জাতি জীয়াই থাকিব, ভাষা থাকিব ৷

আনহাতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ তুলি কয় যে বিজেপি মুক্ত হৈ থকা স্বায়ত্ত্বশাসিত পৰিষদ কেইখনৰ লগতে হাগ্ৰামৰ BTAD কো বিজেপিকৰণৰ গভীৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে।

চৰকাৰে যদি অহা নিৰ্বাচনৰ পূৰ্বে ৰাভা সকলৰ সমস্যা সমাধান নকৰে তেন্তে কামৰূপৰ ৰাণীৰ পৰা গোৱালপাৰাৰ জয়ৰামকুঁচী লৈকে এজনো বিজেপি বিধায়কক জিকিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে নেতাসকলে।

লগতে ASCRDA ত অন্তৰ্ভূক্ত হোৱা ৰাভা হাছঙৰ গাঁওসমূহ কৰ্তনৰ সিদ্ধান্ত কেৱল মাথোঁঁ কেবিনেটত কৰা হৈছিল কিন্তু সেই ক্ষেত্ৰতো কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা হাতত নল’লে। এনেদৰে বিজেপিৰ বিৰুদ্ধে এতিয়া আক্ৰমণাত্মক হৈ পৰিছে ৰাভা হাছঙৰ সংগঠন সমূহ।

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd