• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ বছৰ ধৰি উপৰ্যপুৰি ধৰ্ষণ! : ধৰ্ষণকাৰীক চোকা অস্ত্ৰেৰে হানিখুচি হত্যা কৰিলে ধৰ্ষিতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 7:17 pm
image.jpgzz

প্ৰতীকাত্মক ফ'টো

1.2k
VIEWS
Share on FacebookShare on Twitter

ধৰ্ষণৰ অভিযোগত এজন লোকক হত্যা কৰিছে এগৰাকী মহিলাই। অভিযুক্তক হত্যা কৰিয়ে স্থানীয় আৰক্ষী থানালৈ ফোন কৰি আত্মসমৰ্পণ কৰে মহিলাগৰাকীয়ে।

শেহতীয়াকৈ সংবাদ মাধ্যমলৈ অহা ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰাজধানীৰ পৰা ২০০ কিলোমিটাৰ নিলগৰ গুনা জিলাত।

আৰক্ষীৰ সূত্ৰৰ খবৰ মতে জিলাখনৰ অশোক নগৰৰ এগৰাকী মহিলাক প্ৰতিৱেশী ব্ৰিজভূষণ শৰ্মাই ২০০৫ চনৰ পৰা যোৱা ১৫ বছৰ ধৰি উপৰ্যপুৰি ধৰ্ষণ কৰি আহিছিল। যোৱা ১২ অক্টোবৰতো লোকজনে মহিলাগৰাকীক পুনৰ ধৰ্ষণ কৰিবলৈ চেষ্টা কৰোতে মহিলা গৰাকীয়ে চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰে ব্ৰিজভূষণ শৰ্মাক।

মহিলা গৰাকীয়ে আৰক্ষীক জনোৱা অনুসৰি ব্ৰিজভূষণ তেওঁৰ প্ৰতিৱেশী আছিল। কিশোৰী অৱস্থাতে অৰ্থাৎ মাত্ৰ ১৬ বয়সতে ব্ৰিজভূষণে মহিলা গৰাকীক প্ৰথমবাৰ ধৰ্ষণ কৰিছিল। সেই ধৰ্ষণৰ মুহূৰ্তটো মোবাইল কেমেৰাত ৰেকৰ্ডিং ৰাখিছিল ব্ৰিজভূষণে।

পৰৱৰ্তী সময়ত এই ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি প্ৰদানেৰে ব্ৰিজভূষণে মহিলাগৰাকীক বিগত ১৫ বছৰে ধৰি ধৰ্ষণ কৰি আহিছিল। আনকি শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে সন্মত নহ’লে মহিলা গৰাকীক ব্ৰিজভূষণে শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছিল বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰিছে।

ইয়াৰ পিছতে মহিলা গৰাকীয়ে ব্ৰিজভূষণক চৰম শাস্তি দিয়াবলৈ মনস্থ কৰি ১২ অক্টোবৰত ধৰ্ষণৰ চেষ্টা কৰোতে এখন চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ২৫ বাৰকৈ হানাখুচা কৰি ব্ৰিজভূষণক হত্যা কৰে।

হত্যা কৰাৰ পিছত আৰক্ষী থানালৈ ফোন কৰি মহিলাগৰাকীয়ে আত্মসমৰ্পণ কৰে। ইতিমধ্যে আৰক্ষীয়ে মহিলা গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাত গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Recent News

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd