• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’ণাৰ আশীৰ্বাদ! দ্বিতীয় বাৰৰ বাবে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পদত জেচিণ্ডা আৰ্ডেৰ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 7:27 pm
aaaa jeci
327
VIEWS
Share on FacebookShare on Twitter

নিউজিলেণ্ডত যেন শাসকীয় লেবাৰ পাৰ্টীৰ বাবে আশীৰ্বাদ হৈ আহিল ক’ৰ’ণাৰ অতিমাৰী।

ক’ৰ’ণা ভাইৰাছক সমুলঞ্চে নাকী লগাবলৈ সক্ষম হোৱা বিশ্বৰ প্ৰথম খন দেশ নিউজিলেণ্ডত শেহতীয়াকৈ অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়।

নিৰ্বাচনী ফলাফল অনুসৰি প্ৰত্যাশিত ভাবেই দ্বিতীয় বাৰৰ বাবে দেশখনত শাসনৰ পথ প্ৰশস্ত কৰি ল’বলৈ সক্ষম হয় জেচিণ্ডা আৰ্ডেৰ্ন নেতৃত্বাধীন লেবাৰ পাৰ্টীয়ে।

৩ অক্টোৱৰত অনুষ্ঠিত নিৰ্বাচনৰ আজি ঘোষিত ফলাফল অনুসৰি লেবাৰ পাৰ্টীয়ে লাভ কৰিছে ৪৯ শতাংশ ভোট।

ইয়াৰ বিপৰীতে লেবাৰ পাৰ্টীৰ শক্তিশালী প্ৰতিপক্ষ নেছনেল পাৰ্টীয়ে লাভ কৰিছে মাত্ৰ ২৭ শতাংশ ভোট।

চলিত বৰ্ষৰ প্ৰথম ভাগতে ক’ৰ’ণা ভাইৰাছে সংহাৰৰ সৃষ্টি কৰা নিউজিলেণ্ডত দেশ খনৰ ৪০ বছৰীয়া প্ৰধান মন্ত্ৰী জেচিণ্ডা আৰ্ডেৰ্নে সম্পূৰ্ণ নিজস্ব চিন্তা আৰু পৰিকল্পনাৰে দেশ খনক ক’ৰ’ণাৰ পৰা সমূলি মুক্ত কৰিবলৈ সক্ষম হৈছিল।

জেচিণ্ডাই যেন কোনো যাদুৰ বলতহে নিউজিলেণ্ডক ক’ৰ’ণাৰ পৰা সম্পূৰ্ণ ভাবে মুক্ত দেশ কৰি তুলিবলৈ সক্ষম হৈছে।

ক’ৰ’ণাক পৰাভূত কৰাত সক্ষম হোৱাৰ বাবেই জেচিণ্ডা দেশবাসীৰ বাবে হৈ পৰিছিল ভগৱানৰ দৰে ।

সেইবাবেই বিৰোধীৰ সকলো বাধা ওফৰাই লেবাৰ পাৰ্টীয়ে পুনৰ দেশ খনত বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হ’ল।

এই বিজয়ক প্ৰধানমন্ত্ৰী জেচিণ্ডাই ৰাইজৰ বিজয় আখ্যা দিয়াৰ লগতে ক’ৰ’ণাৰ দৰে ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি লাভ কৰা সাফল্যৰ সুফল বুলি অভিহিত কৰিছে।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd