• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’ণা চিকিৎসাৰ নতুন পদ্ধতি আৱিস্কাৰ কৰি পুৰস্কৃত ভাৰতীয় বংশোদ্ভূত এগৰাকী ১৪ বছৰীয়া কিশোৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2020 4:08 pm
index
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বংশোদ্ভূত এগৰাকী আমেৰিকান কিশোৰীয়ে ক’ৰ’ণা ভাইৰাছ চিকিৎসাৰ এক নতুন পদ্ধিত আৱিস্কাৰ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএন-এ প্ৰকাশ কৰা বাতৰি অনুসৰি অনিকা চেবৰ্’লো নামৰ ১৪ বছৰীয়া টেক্সাছৰ কিশোৰী গৰাকীয়ে কোভিড১৯ৰ চিকিৎসাৰ এক নতুন পদ্ধিত উদ্ভাৱন কৰাৰ বাবে ২০২০ চনৰ ৩ মিলিয়ন যুৱ বিজ্ঞানী চেলেঞ্জ প্ৰতিযোগিতাত প্ৰতিশ্ৰুতিসম্পন্ন বিজ্ঞানীৰ পুৰস্কাৰ লাভ কৰিছে।

Apply Now

এই পুৰস্কাৰৰ সৈতে অনিকাই লাভ কৰিছে ২৫,০০০ ইউ এছ ড’লাৰ ভাৰতীয় মূল্যত প্ৰায় ১৮ লাখৰো অধিক ধন।

কিশোৰী গৰাকীৰ এই আৱিস্কাৰে কোভিড চিকিৎসা তথা যুঁজত এক নতুন দিগন্তৰ সূচনা কৰিব বুলিও মন্তব্য কৰিছে বিশেষজ্ঞমহলে।

অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে এক বিশেষ কম্পিউটাৰ প্ৰ’গ্ৰামৰ যোগেদি ইনফ্লুয়েঞ্জা ভাইৰাছ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ বাবে গৱেষণা কৰি আছিল।

কিন্তু হঠাতে মহামাৰী ক’ৰ’ণাই সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱাৰ বাবে কোভিড-১৯ ভাইৰাছৰ ওপৰত গৱেষণা কৰিবলৈ আৰম্ভ কৰে অনিকাই।

আৰু সেই গৱেষণাত কিশোৰী গৰাকীয়ে চিচাৰ এটি অণু আৱিস্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই অণুক কোভিড সৃষ্টিকাৰী প্ৰোটিনৰ সৈতে যুক্ত কৰি তাক নিষ্ক্ৰিয় কৰিব পাৰে, যাৰ ফলত কোভিড ভাইৰাছ অক্ষম হৈ পৰিব। অৱশ্যে অনিকাৰ গৱেষণাৰ দ্বাৰা আৱিস্কৃত পদ্ধতিটো বৰ্তমান প্ৰয়োগ হৈছে নে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই।

এই পুৰস্কাৰ তথা স্বীকৃতি লাভ কৰি অত্যন্ত উৎফুল্লিত হৈছে অনিকাই। “অত্যন্ত উত্তেজনা অনুভৱ কৰিছো। এতিয়াও বিশ্বাস কৰিবই পৰা নাই।” অনিকাই কয়।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি অনিকাৰ ককাক ৰাসায়ন বিজ্ঞানৰ এজন অধ্যাপক আছিল। তেওঁৰ অনুপ্ৰেৰণাতে আমেৰিকাত ইনফ্লুৱেঞ্জা প্ৰতিৰোধৰ বাবে অনিকাই গৱেষণাৰ কাম আৰম্ভ কৰিছিল।

উল্লেখ্য যে, আমেৰিকাত ইনফ্লুৱেঞ্জাত আক্ৰান্ত হৈ প্ৰতি বছৰে বহু মানুহৰ মৃত্যু ঘটে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm
APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd