• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মৰ্মান্তিক! : নিজৰ জন্মদিনৰ পাৰ্টিত নিজকে গুলীয়াই আত্মঘাতী হ’ল এটি তিনিবছৰীয়া শিশু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2020 4:06 pm
gun-child-stock-getty
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ জন্ম দিনৰ পাৰ্টিত নিজকে গুলীয়াই আত্মঘাতী হ’ল এটি তিনিবছৰীয়া শিশু।

এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত। সোমবাৰে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই দুৰ্ভাগ্যজনক ঘটনাটো।

আৰক্ষীৰ মতে শনিবাৰে হাষ্টন চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ উত্তৰপূৱ হাষ্টনৰ প’টাৰত নিজৰ জন্ম দিনৰ পাৰ্টিত তিনি বছৰীয়া শিশুটিয়ে এজন আত্মীয়ৰ জেপৰ পৰা পিষ্টলটো উলিয়াই লৈ খেলি আছিল।

উপস্থিত থকা মানুহবোৰ পাৰ্টিত ব্যস্ত থকাৰ সময়তে হঠাতে পিষ্টলটো গৰজি উঠে।

পিষ্টলৰ শব্দ শুনা পাই উপস্থিত থকা মানুহবোৰ সচকিত হৈ দেখে যে পিষ্টলৰ গুলীয়ে ইতিমধ্যে তিনিবছৰীয়া শিশুটিৰ বুকু ভেদি গৈছে।

ঘটনাস্থলীতে লগে লগে শিশুটিৰ মৃত্যু ঘটে।

এভ্ৰিটাউন অৱ গান ছেফটি নামৰ প্ৰতিষ্ঠানটোৰ মতে আমেৰিকাত চলিত বছৰত শিশুৰ দ্বাৰা ২২৯ টা অনাকাংক্ষিত গুলী চালনাৰ ঘটনা ঘটিছে। আৰু এনে ঘটনাত ৯৭ লোকৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে, আমেৰিকাত প্ৰায় এক তৃতীয়াংশ নাগৰিকৰ হাতত আগ্নেয়াস্ত্ৰ আছে। আমেৰিকাৰ সংবিধানৰ দ্বিতীয় সংশোধনীয়ে মাৰ্কিন নাগৰিকক আগ্নেয়াস্ত্ৰ ৰখাৰ অধিকাৰ প্ৰদান কৰিছে।

আনহাতে টেক্সাছ হৈছে আমেৰিকাৰ ভিতৰতে অতি সহজে বন্দুক লাভ কৰিব পৰা ৰাজ্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm
গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

September 13, 2025 5:35 pm
এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

September 13, 2025 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd