• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জ্বৰে এৰিলেও যেন কৰ্পটিয়ে নেৰা হৈছে!: দ্বিতীয় ৱেভ ক’ৰ’ণা; স্পেইনৰ পিছত ফ্ৰান্সত পুনৰ লকডাউন ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2020 7:39 am
nz_paris_291033
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বিতীয় পৰ্যায়ৰ ক’ৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে ফ্ৰান্সত ঘোষণা কৰা হৈছে পুনৰ সম্পূৰ্ণ লকডাউন।

বুধবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক’ৰ্ণে অহা ১ ডিচেম্বৰলৈকে দেশখনত পুনৰ লকডাউন বলৱৎ থাকিব বুলি ঘোষণা কৰিছে।

“ভাইৰাছটো ফ্ৰান্সত এনে তীব্ৰ গতিত পুনৰ সংক্ৰমণ ঘটিছে যে যিটো কোনেও ভৱিষ্যৎ বাণী কৰিব পৰা নাছিল।” লকডাউন বলৱৎ কৰি টেলিভিছনৰ যোগে দেশবাসীক সম্বোধি দিয়া ভাষণত ৰাষ্ট্ৰপতি গৰাকীয়ে কয়।

উল্লেখ্য যে দুসপ্তাহৰ পূৰ্বে ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাজধানী পেৰিছৰ লগতে দেশৰ মূল মূল চহৰসমূহত সান্ধ্য আইন বলৱৎ কৰিছিল যদিও ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় ৱেভ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে দেশখনে। বৰং দেশখনত কোভিড আক্ৰান্ত মৃত্যুৰ সংখ্যাই ৩৫,৫০০ অতিক্ৰম কৰিছে।

ইয়াৰ পিছতে দেশত ক’ৰ’ণাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশখনৰ ৰাষ্ট্ৰপতিয়ে দেশত এমাহৰ বাবে সম্পূৰ্ণ লকডাউন বলৱৎ কৰাৰ কথা ঘোষণা কৰিছে।

“ইউৰোপৰ আন ঠাইৰ দৰে আমিও দ্বিতীয়টো ৱেভত প্ৰৱেশ কৰিছো আৰু সম্ভৱত ই হয়তো আমাৰ বাবে পূৰ্বতকৈ অধিক কঠিন মাৰাত্মক হ’ব।” ৰাষ্ট্ৰপতি ইমানুৱেলে কয়।

ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে আৰু কয় “যদি আমি এতিয়াই কিবা এটা নকৰো তেনেহ’লে কেইটামান মাহৰ ভিতৰত আমি ৪ লক্ষাধিক লোকক হেৰুৱাব লাগিব।”

ৰাষ্ট্ৰপতি মাক’ৰ্ণে দেশবাসীক সকীয়নি দি লগতে কয় যে ইতিমধ্যে দেশখনত ৩০০০ৰো অধিক ক’ৰ’ণাক্ৰান্তক আই চি ইউত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু নৱেম্বৰৰ মাজ ভাগলৈ এই সংখ্যাই ৯ হাজাৰৰো অধিক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে দেশখনত ক’ৰ’ণাত আক্ৰান্ত হৈ প্ৰায় ৩৬ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। কেৱল বুধবাৰৰ দিনটোতে কোভিডত আক্ৰান্ত ২৪৪ জন লোকে মৃত্যুক আকোৱালি লৈছে দেশখনত।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am
প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd