• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেভিড ৱাৰ্ণাৰে ৰচিলে ইতিহাস, আই পি এলত এনে অভিলেখৰ গৰাকী হোৱা প্ৰথম খেলুৱৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2020 7:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এলৰ ১৩ সংখ্যক ছিজনৰ লীগ ৰাউণ্ডৰ খেলৰ সমাপ্তি ঘটিছে। মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে প্লে অফত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয়।

মঙলবাৰে লীগৰ অন্তিমখন মেচত হায়দৰাবাদে মুম্বাই ইণ্ডিয়ানছক ১০ উইকেটত পৰাজিত কৰি প্লে অফত নিজৰ স্থান সুৰক্ষিত কৰে।

Apply Now

কালিৰ মেচখনত ৱাৰ্ণাৰে বিস্ফোৰক ৮৫ ৰান কৰি অপৰাজিত হৈ থাকে। এই ইনিংছৰ সহায়ত ৱাৰ্ণাৰে চলিত ছিজনত ৫০০ ৰান সম্পূৰ্ণ কৰে।

ৱাৰ্ণাৰ হৈছে আই পি এলৰ যিকোনো দলৰ বাবে ৬ টা ছিজনত ৫০০ৰো অধিক ৰান সংগ্ৰহ কৰা প্ৰথম খেলুৱৈ।

চানৰাইজাৰ্ছ হায়দৰাবাদৰ বাবে, ডেভিড ৱাৰ্ণাৰে একেৰাহে ছয়টা ছিজনত ৫০০ ৰান সংগ্ৰহ কৰিছে। ২০১৪ চনত ডেভিড ৱাৰ্ণাৰৰ উৎকৃষ্ট প্ৰদৰ্শন আৰম্ভ হৈছিল। ৱাৰ্ণাৰে ২০১৪ চনত ৫২৮ ৰান সংগ্ৰহ কৰিছিল।

ইয়াৰ পিছৰ বছৰ অৰ্থাৎ ২০১৫ চনত ৫৬২ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিল।

২০১৬ চনত, ৱাৰ্ণাৰে সৰ্বশ্ৰেষ্ঠ বেটিং কৰি ছিজনটোত ৮৪৮ ৰান সংগ্ৰহ কৰাৰ লগতে দলক চেম্পিয়ন কৰাতো সহায় কৰে।

২০১৭ চনত, ৱাৰ্ণাৰে ৬৪১ ৰান কৰে আৰু তেওঁৰ ফৰ্ম অব্যাহত ৰাখে।

কিন্তু বল টেম্পাৰিং বিতৰ্কৰ বাবে ৱাৰ্ণাৰে ২০১৮ চনৰ আই পি এলত অংশ ল’ব নোৱাৰিলে যদিও ২০১৯ চনত তেওঁ ৬৯২ ৰান সংগ্ৰহ কৰি এক আকৰ্ষণিক প্ৰেছকৰে।

যোৱা বছৰ, ৱাৰ্ণাৰক তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে দলৰ অধিনায়কৰ দায়িত্ব পুনৰ প্ৰদান কৰা হয়।

চলিত সংস্কৰণত ৱাৰ্ণাৰে ৫০১ ৰান সংগ্ৰহ কৰিছে।

ডেভিড ৱাৰ্নাৰ হৈছে আই পি এলৰ আটাইতকৈ সফল বেটছমেন। ৱাৰ্ণাৰে ১৪০ খন মেচত ৪৩.২৬ গড়ে ৫২৩৫ ৰান সংগ্ৰহ কৰিছে। আই পি এলত ৱাৰ্ণাৰৰ নামত আছে চাৰিটা শতক আৰু ৪৮ টা অৰ্ধশতক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

June 11, 2026 9:07 pm
উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

June 11, 2026 8:27 pm
পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

June 11, 2026 7:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

June 11, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd