• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ বিশিষ্ট কবি সমীৰ তাঁতী আৰু অজিত বাইৰীক সম্বৰ্ধনা জ্ঞাপন কৰিব মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেশ্যনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 12, 2018 7:01 am
IMG_20180311_131547
633
VIEWS
Share on FacebookShare on Twitter

“অসমীয়া কবিতা জগতত আগবঢ়োৱা অৱদানৰ বাবে সমীৰ তাঁতী আৰু বাংলা ভাষাৰ কবিতাৰ ক্ষেত্ৰত অজিত বাইৰীক মুম্বাইস্থিত ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেশ্যনে অহা ১৮ মাৰ্চত সন্ধিয়া ৫ বজাত মহানগৰৰ স্বামী বিবেকানন্দ কেন্দ্ৰত সম্বৰ্ধনা জনাৱ।” দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেল যোগে ফাউণ্ডেশ্যনৰ সাধাৰণ সচিব শ্যামাশিস ভট্টাচাৰ্যই এই কথা অৱগত কৰে।

তেওঁ লগতে কয়, “এই দুগৰাকী কবিক বিশিষ্ট বুৰঞ্জী গৱেষক পদ্মনাথ বিদ্যা বিনোদ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে জড়িত থকা তথা ভূ-পৰ্যটক ৰামনাথ বিশ্বাসৰ স্মৃতিত বঁটা প্ৰদান কৰা হ’ব।”

এই বঁটাৰ সৈতে নগদ ৫১,০০০ টকা, এটি স্মাৰক আৰু এখন মুগা উত্তৰীয় থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।

আজিৰ সংবাদমেলত মেলত তেওঁ প্ৰয়াত ৰামনাথ ভট্টাচাৰ্য সন্দৰ্ভত কয়, “তেওঁ হিন্দী ধাৰাবাহিক নিৰ্মাতা শকুন্তলম টেলিফিল্মছৰ কৰ্ণধাৰ আছিল। লগতে তেওঁ বাংলা ভাষাৰ এজন প্ৰতিষ্ঠিত কবি তথা সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।”

আনহাতে তেওঁ পদ্মনাথ বিদ্যাবিনোদ আৰু ৰামনাথ বিশ্বাস সন্দৰ্ভত কয়, “এই দুগৰাকী মহান ব্যক্তি প্ৰয়াত ৰামনাথ ভট্টাচাৰ্যৰ পূৰ্বপুৰুষ আছিল। এই দুজন ব্যক্তিৰ নামত ২০১০ চনৰে পৰা আমি এগৰাকী অসমীয়া তথা এগৰাকী বাংলাভাষী কবিক সম্বৰ্ধনা জনাই আহিছো।”

তদুপৰি, সেই সম্বৰ্ধনা অনুষ্ঠানতে লেখিকা মুক্তি চৌধুৰীয়ে বঁটা বিতৰণী উপলক্ষে প্ৰস্তুত কৰি উলিওৱা স্মাৰকগ্ৰন্থখনিও উন্মোচন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

 

Recent News

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd