• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেঁপাহৰ ব’হাগক মনে প্ৰাণে আদৰিবলৈ সাজু পাঠশালা ৰঙালী বিহু সন্মিলনী

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
March 12, 2018 1:20 pm
pathsala bihu
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফাগুন মাহ শেষ হওঁ হোওঁ। আৰু কেইটামান দিন গ’লেই আহিব চ’ত মাহ। চ’ত অহা মানে জানো ব’হাগ দূৰত থাকিব পাৰে?গছেও-পাতে, কুলিৰ মাতে ব’হাগ যে আৰু দূৰত নাই তাক জনাবলৈ আৰম্ভ কৰিছে। সেয়েহে চ’ত আহাৰ পূৰ্ব-প্ৰস্তুতিতেই ব’হাগৰ আগমণি বতৰা লাভ কৰিছে অসমীয়াই। হয়, ব’হাগ মাহ আহিবলৈ আৰু বেছি দিন নাই। সেয়েহে বাপোতি সাহোন, হেঁপাহৰ ব’হাগৰ বিহুটিক আদৰাৰ বাবে মনে প্ৰাণে সাজু হৈ উঠিছে অসমীয়া।

পাঠশালাতো ৰঙালী বিহুক আদৰাৰ পূৰ্ব-প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। পাঠশালাৰ ঐতিহ্য-মণ্ডিত ৰঙালী বিহু সন্মিলনীয়ে অহা ব’হাগ মাহৰ ১,৮ আৰু ৯ ব’হাগত (১৫,২২ আৰু ২৩ এপ্ৰিল) তিনি দিনীয়া কাৰ্যসূচীৰে ৩৮ সংখ্যক ‘পাঠশালা ৰঙালী বিহু’ উদযাপন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত এই অনুষ্ঠানটো ঐয়োজন কৰিব আয়োজক কমিটীয়ে।

Apply Now

অলপতে পাঠশালাৰ আজাদ ভৱনত এই বিষয়ত এখন সভা অনুষ্ঠিত হৈ যায়।

এই সভাত পৰাগ বৰ্মনক সভাপতি, দিগন্ত তালুকদাৰ আৰু ঋতুপৰ্ণ চৌধুৰীক যুটীয়া সচীব হিচাপে লৈ এখন কমিটী গঠন কৰা হয়।

উদ্যোক্তাসকলৰ তৰফৰ পৰা জনোৱা হৈছে যে এপ্ৰিল মাহৰ ১৫ তাৰিখে (১ ব’হাগত) বিহুৰ পতাকা উত্তোলন আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে বিহু উৎসৱ উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব।

উদ্যোক্তাসকলে আৰু জনাইছে যে ৰাজ্যিক পৰ্যায়ৰ বিহু নৃত্য প্ৰতিযোগিতা অহা ২২ এপ্ৰিলৰ(৮ ব’হাগ) আবেলিৰ পৰা আৰম্ভ কৰা হ’ব।

২৩ এপ্ৰিলত (৯ ব’হাগ)অসমৰ যুৱ প্ৰজন্মৰ হৃদ-স্পন্দন জুবিন গাৰ্গসহ বহুতো শিল্পীয়ে সংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

উল্লেখ্য যে অসমীয়ৰ ‘আয়ুসৰেখা’ ৰঙালী বিহুৰ মূল আকৰ্ষণ ‘বিহু নাচ’ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰাৰ এটা দস্তুৰ অতীজৰে আজিকোপতি পৰা চলি আহিছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd