• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় মন্ত্ৰী ডি ভি সদানন্দ গৌড়া কোভিড প’জিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2020 4:44 pm
কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়া

কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়া

43k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় সাৰ আৰু ৰাসায়নিক মন্ত্ৰী  ডি ভি সদান্দ গৌড়াৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

জানিব পৰা মতে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ কিছু লক্ষণে দেখা দিছে।

‘‘প্ৰথম পৰ্যায়ত ক’ৰ’নাৰ সাধাৰণ লক্ষণ দেখা দিয়াৰ পাছত মই ক’ৰ’না পৰীক্ষা কৰাও আৰু মোৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। মই নিজকে আইছ’লেশ্যনত ৰাখিছো,’’ সদানন্দ গৌড়াই কয়।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক সাৱধানে থকাৰ বাবে আহ্বান জনোৱাৰ লগতে কোভিড প্ৰ’টকল সমূহ মানি চলাৰ বাবে অনুৰোধ কৰে।

উল্লেখযোগ্য যে, দিপাৱলীৰ পাছতে ভাৰতৰ কোভিড আক্ৰান্তৰ সংখ্যাত নাটকীয় পৰিবৰ্তন অহা পৰিলক্ষিত হৈছে।

চলিত সপ্তাহত দেশত নতুনকৈ কোভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাইছে।

বহুসংখ্যক লোকে উৎসৱৰ বতৰত কোভিড প্ৰটকল মানি নচলাৰ বাবেই দেশত ক’ৰ’নাৰ পুনৰ সংস্পৰ্শন তীব্ৰ হাৰত বৃদ্ধি পাইছে বুলি আশা কৰা হৈছে।

Recent News

‘মই কৈছো, লিখি থওক…’, বিহাৰ নিৰ্বাচনক লৈ প্ৰশান্ত কিশোৰৰ বিস্ফোৰক দাবী

‘মই কৈছো, লিখি থওক…’, বিহাৰ নিৰ্বাচনক লৈ প্ৰশান্ত কিশোৰৰ বিস্ফোৰক দাবী

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd