• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰত ড্ৰাগছ উদ্ধাৰ : স্বামীসহ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙক আটক এনচিবিৰ

by
November 21, 2020 3:54 pm
index.jpg
10.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় টেলিভিশ্যন জগতৰ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াক নাৰ্ক’টিকছ কন্ট্ৰ’ল ব্যু(NCB)এ আটক কৰিছে।

NCBএ নিষিদ্ধ ঘোষিত ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ সন্দৰ্ভত দুয়োকে আটক কৰিছে। ইতিমধ্যে NCBএ তেওঁলোকৰ তিনিটা বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে নিষিদ্ধ ঘোষিত ড্ৰাগছ।

উল্লেখ্য যে, সুশান্ত ৰাজপুতৰ আত্মহত্যা কাণ্ডত জড়িত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত সোধা পোচা কৰিবলৈ প্রথমে NCBএ ভাৰতী আৰু তেওঁৰ স্বামীলৈ চমন প্ৰেৰণ কৰিছিল।

এনআইএ প্ৰকাশ কৰা বাতৰি অনুসৰি NCBএ সোধ পোচ কৰাৰ পিছতে তেওঁলোকৰ বাসগৃহত তালাচী চলোৱা হয়।

ইফালে পিটিআই-এ সংস্থাটোৰ এজন বিষয়াৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে এজন ড্ৰাগছ সৰবহাৰকাৰীয়ে ভাৰতী সিঙৰ নাম উল্লেখ কৰিছিল আৰু সেই সূত্ৰে ভাৰতীৰ গৃহত অভিযান চলাই NCBএ নিষিদ্ধ ঘোষিত ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

NCBৰ বিষয়াজনৰ মতে ভাৰতী সিঙৰ আন দুটা বাসগৃহতো তালাচী চলাই নিষিদ্ধ ঘোষিত দ্ৰৱ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলিউদৰ বহু নামী দামী তাৰকাৰ বিৰুদ্ধে নিষিদ্ধ ঘোষিত ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ অভিযোগ উত্থাপন হৈছে।

আনকি কেবাজনো তাৰকাক NCBএ সোধা পোচৰ বাবে চমন প্ৰেৰণ কৰাৰ লগতে সোধ পোচৰ পিছত কেইজনামনক গ্ৰেপ্তাৰো কৰিছে। ইয়াৰ ভিতৰত অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তী অন্যতম।

দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ, ৰাকুলপ্ৰীট সিং, চাৰা আলী খান, অৰ্জুন ৰামপাল আৰু তেওঁ আফ্ৰিকান গাৰ্লফ্ৰেইণ্ড আৰু গাৰ্লফ্ৰেইণ্ডৰ ভাৰ্তৃ আফ্ৰিকান নাগৰিক অগিছিয়াল’ছ ডেমেট্ৰিয়েলছো আছে। আফ্ৰিকান নাগৰিক অগিছিয়াল’ছক NCBএ গ্ৰেপ্তাৰ কৰি নিজা জিম্মাতে ৰাখিছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd