• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মিত্ৰতাৰ ৰাজনীতিৰ জৰিয়তেই ২১ত পূৰ্বতকৈও অধিক শক্তিশালী চৰকাৰ গঠন কৰিম’; দিলীপ শইকীয়া

‘বিটিছি নিৰ্বাচনত বিপিএফৰ লগত কোনো মিত্ৰতা নাই’ ফটফটীয়াকৈ ক’লে দিলীপ শইকীয়াই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2020 4:17 pm
125558422_2804460473130905_3904707981205828686_o
29.2k
VIEWS
Share on FacebookShare on Twitter

‘আমি মিত্ৰতাৰ ৰাজনীতিৰ জৰিয়তেই ২০২১ত অসমত পূৰ্বতকৈও অধিক শক্তিশালী ৰূপত কৃষকমুখী, উন্নয়নমুখী চৰকাৰ প্ৰতিষ্ঠা কৰিম।‘  দিছপুৰস্থিত লোকনিৰ্মাণ (PWD) প্ৰশিক্ষন কেন্দ্ৰত বিজেপিৰ অৰ্থনৈতিক কোষৰ অধীনত “আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম'”ৰ লগতে এখন বিশেষ কাৰ্যনিৰ্বাহক সভাৰ পাছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই।

ইপিনে, বিপিএফৰ লগত এক প্ৰকাৰ মিত্ৰতা চ্ছেদ হোৱাৰ এক ইংগিত দিয়ে শইকীয়াই।

তেওঁ কয় ‘বিপিএফৰ লগত মিত্ৰতাৰ কথাটো ইতিমধ্যে ৱালত কিছুমান কথা লিখা গৈছে। ৱালত লিখা লিখনি বিলাক বিপিএফ দলে পঢ়িব লাগে। আমি ইয়াত ক’লেই যে মিত্ৰতা থাকিব এনেকুৱা নহয়।‘

‘ফটফটীয়াকৈ স্পষ্টৰূপত কৈছো বিটিছি নিৰ্বাচনত বিপিএফৰ লগত কোনো মিত্ৰতা নাই।‘

ইপিনে, কাইলৈ বিপিএফৰ প্ৰাক্তন কাৰ্য্কৰী সভাপতি আৰু সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়ে বিজেপিত যোগদান কৰিব বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘তেওঁলোকৰ লগত বিপিএফ দলৰ অধিকাংশ তৃণমূল পৰ্যায়ৰ নেতা, কৰ্মী বিজেপিমুখী হ’ব। ৰিজাল্টৰ পাছত বিপিএফৰ কি অস্তিত্ব থাকিব সেয়া সকলোৱে ইতিমধ্যে গম পাইছে।‘

অৱশ্যে, মিত্ৰতাত কোন থাকিব কোন নাথাকিব সেইটো পিছত ঠিক হ’ব বুলি উল্লেখ কৰে দিলীপ শইকীয়াই।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd