• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ চিকিৎসালয়ত অনুষ্ঠিত হ’ব ‘গুণোৎসৱ’ : ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2018 1:30 pm
himanta biswa sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰে পৰা চিকিৎসকসকলৰ নিযুক্তিত এপিএছচিৰ নাথাকিব কোনো কৰ্তৃত্ব। বিধানসভাৰ মজিয়াত আজি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘এতিয়াৰে পৰা চিকিৎসক নিযুক্তি প্ৰদানত এপিএছচিৰ কোনো কৰ্তৃত্ব নাথাকিব। কিয়নো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নিযুক্তি বোৰ্ডে পৰৱৰ্তী সময়ৰ পৰা সুকীয়াকৈ চিকিৎসক সকলক নিযুক্তি প্ৰদান কৰিব’।

Apply Now

আনহাতে ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা গুণোৎসৱৰ সফলতাৰ পাছত এতিয়া ৰাজ্যৰ স্বাস্থ্য খণ্ডৰো আমূল পৰিবৰ্তন সাধনৰ মানসেৰে অতি শীঘ্ৰে গুণোৎসৱ অনুষ্ঠিত কৰিব বুলি আজি মন্ত্ৰী হিমন্ত বিশ্বই বিধানসভাৰ মজিয়াত সদৰী কৰে।

‘স্বাস্থ্য সেৱা উৎসৱ’ নামেৰে আৰম্ভ হ’বলগীয়া স্বাস্থ্য খণ্ডৰ এই নতুন আঁচনি চলিত বছৰৰে আগষ্ট আৰু ছেপ্তেম্বৰ মাহৰ ভিতৰত আৰম্ভ হ’ব বুলি জনোৱাৰ উপৰি পঞ্চায়ততো ‘গ্ৰাম্য উৎসৱ’ অনুষ্ঠিত কৰিব বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে জনিবলৈ দিয়ে।

ইফালে নিযুক্তি সন্দৰ্ভতো তাৎপৰ্যমূলক মন্তব্য কৰি মন্ত্ৰীজনে কয়- ‘এইবছৰৰে ৩০ জুনৰ ভিতৰত ৰাজ্যৰ স্বাস্থ্য বিভাগত ৮০০ পদত নতুন নিযুক্তি প্ৰদান কৰা হ’ব। ইয়াৰে ৩৮৩টা পদত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক আৰু বাকী পদসমূহ তৃতীয় বৰ্গত নিযুক্তি দিয়া হ’ব’।

ইয়াৰ উপৰি ৰাজ্যৰ চিকিৎসালয় সমূহত নাটনি হৈ থকা চিকিৎসকৰ সমস্যা দূৰ কৰিবৰ বাবে এই বৰ্ষৰে এপ্ৰিলৰ ভিতৰত ৰাজ্য চৰকাৰে ৫০০ গৰাকী নতুন চিকিৎসকক নিযুক্তি প্ৰদান কৰাৰ কথাও আজি ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীজনে।

আনহাতে স্বাস্থ্য মন্ত্ৰীজনে পূৰ্বতে ঘোষণা কৰি থোৱা মডেল হস্পিটেল সমূহৰ কাম-কাজ অহা ছয় মাহৰ ভিতৰত আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd