• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাকাশত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ভাৰত, কি সেই দুৰ্ঘটনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2020 3:04 pm
a indo
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ভাৰত।

এই দুৰ্ঘটনা আকৌ পৃথিৱীত হোৱা দুৰ্ঘটনা নহয়,এই দুৰ্ঘটনা সংঘটিত হবলৈ ধৰিছিল মহাকাশত।

Apply Now

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ বহু উন্নত দেশক প্ৰত্যাহ্বান জনাই ভাৰতে আগুৱাই গৈছে।

ভাৰতে ইতিমধ্যে ঘৰুৱা ভাবে সাজি উলিওৱা কেইবাটাও কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণো কৰিছে। কেৱল সেয়াই নহয়, বিদেশী ৰাষ্ট্ৰো বহু কেইটা কৃত্ৰিম উপগ্ৰহ ভাৰতৰ মাটিৰ পৰাই মহাকাশলৈ উৎক্ষেপন কৰা হৈছে।

এক কথাত কবলৈ গ’লে আমেৰিকা, ৰাছিয়াৰ দৰেই মহাকাশত ভাৰতেও সমানে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ ভাৰত আৰু ৰাছিয়াৰ দুটা কৃত্ৰিম উপগ্ৰহ ইটোৱে-সিটোৰ নিচেই কাষ চাপি আহে।

দুয়োটা উপগ্ৰহৰ মাজত দূৰত্ব কমি অহাৰ ফলত উপগ্ৰহ দুটা সংঘৰ্ষত লিপ্ত হোৱাৰ উপক্ৰম ঘটিছিল যদিও সৌভাগ্যক্ৰমে সেয়া হবলৈ নাপালে।

ৰাছিয়াৰ Kanopus–V আৰু ভাৰতৰ Cartosat 2F কৃত্ৰিম উপগ্ৰহ দুটা নিচেই কাষ চাপি অহাৰ কথা প্ৰকাশ কৰিছে ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা Roscosmos-এ।

সংস্থাটোৰ মতে দুয়োটা উপগ্ৰহৰ মাজত দূৰত্ব হৈছিল মাত্ৰ ২২০ মিটাৰ। উপগ্ৰহ দুটাই খুন্দা খালে মহাকাশত বিষম পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।

মহাকাশত বিভিন্ন দেশৰ কৃত্ৰিম উপগ্ৰহৰ সংখ্যা লক্ষ্যণীয় ভাবে বৃদ্ধি পোৱাৰ ফলতে এনে দুৰ্ঘটনাৰ আশংকা বাঢ়ি গৈছে।মাটিৰ পৰা প্ৰায় ৫০০-২০০০ কিলোমিটাৰ ওপৰত হাজাৰৰো অধিক কৃত্ৰিম উপগ্ৰহই পৃথিৱীৰ কক্ষপথৰ চাৰিওফালে ঘূৰি আছে।

২০১৯ চনত ৰাছিয়া আৰু আমেৰিকাৰ দুটা কৃত্ৰিম উপগ্ৰহৰ মাজত হোৱা সংগৰ্ষৰ ফলত আন ভালেকেইটা উপগ্ৰহ ক্ষতিগ্ৰস্ত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd