• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক: অসমলৈ আহিব যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 8:56 am
Untitled-design-25-1068x475
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দিহা থকা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত অসম ভ্ৰমণ কৰিব যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ । মঙলবাৰে অসম গণ পৰিষদৰ সঁজাতী দলৰ আগত এই কথা উল্লেখ কৰে সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই।

উল্লেখ্য যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ জৰিয়তে অবৈধ হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বিৰোধীতাৰে অগপৰ ৫ জনীয়া এটা প্ৰতিনিধি দলে সংসদীয় যুটীয়া সমিতিৰ অধ্যক্ষক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই কথা জানিবলৈ দিয়ে।

Apply Now

অগপ দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে সাক্ষাতৰ সময়ত উক্ত বিধেয়কখন অসমৰ স্বাৰ্থৰ পৰিপন্থী হোৱাৰ লগতে ই অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতিও ভাবুকিস্বৰূপ বুলি অভিহিত কৰে। তাৰোপৰি এই বিধেয়কে ঐতিহাসিক অসম চুক্তিক অৱমাননা কৰি ৰাজ্যখনৰ ভাষা, কৃষ্টি-সংস্কৃতিক নিশেষ কৰি পেলাব বুলিও সঁজাতি দলটোৱে উল্লেখ কৰে। লগতে এই বিধেয়ক জনমতক গুৰুত্ব দিবলৈ অনুৰোধ জনায় যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষক।

আনহাতে সঁজাতি দলৰ বক্তব্য শুনাৰ অন্তত সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই এই বিধেয়ক সন্দৰ্ভত অসম ভ্ৰমণ কৰিব বুলি সঁজাতি দলটোৰ আগত উল্লেখ কৰে। লগতে এই ভ্ৰমণৰ সময়ত বিধেয়ক সম্পৰ্কত সকলোৰে লগত এক আলোচনা কৰিব বুলিও উল্লেখ কৰা দেখা যায়।

ইফালে অগপৰ পাঁচজনীয়া সঁজাতি দলটোৱে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হোৱাৰ অন্তত বিষয়টো সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰি এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

আনহাতে প্ৰতিনিধি দলটোৱে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সম্পৰ্কত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনন্ত কুমাৰকো সাক্ষাৎ কৰে আৰু দলৰ স্থিতিৰ বিষয়ে অৱগত কৰি অসমৰ জনমতৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি এই দলটোৱে শিৱসেনা আৰু বিজু জনতা দলৰ সংসদীয় নেতা দুগৰাকীকো সাক্ষাৎ কৰি অসমৰ ৰাইজৰ পক্ষত সংসদত মাত মাতিবলৈ আহ্বান জনায়।

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত আৰম্ভণিৰ পৰাই বিৰোধ প্ৰদৰ্শন কৰি অহা অসম গণ পৰিষদৰ এই সঁজাতি দলটোত আছিল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে কমলাকান্ত কলিতা, ৰমেন্দ্ৰনাৰায়ন কলিতা, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী আৰু প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd